লক্ষণ অনুসৰি বিভিন্ন ৰোগৰ হোমিওপেথিক চিকিৎসা

  • ডাৱৰীয়া বতৰত উৎপত্তি হোৱা বা বৃদ্ধি হোৱা বাত ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধ
    বতৰ অনুপাতে কিছু ৰোগ উৎপত্তি হোৱা দেখা যায় । সেইদৰে ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি বা বৃদ্ধি হয় তাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে । নেট্ৰাম সাল্ফ (Natrum Sulph): জেকা বা সেমেকা মাটিত বাস কৰাৰ ফলত বা ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি হয়,তেন্তে এই ঔষধ ব্যৱহাৰ … Read more
  • বতৰ পৰিবৰ্ত্তনৰ অনুপাতে ৰোগ বৃদ্ধি আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা
    এক’নাইট নেপ(Aconite Nap)-অতিৰিক্ত গৰম বা চেঁচা পৰিলে,ঋতু পৰিবৰ্ত্তন হ’লে, হঠাৎ বৰষুণ পৰি ঘাম বন্ধ হ’লে,শুকান বতাহ লাগি ৰোগ হ’লে প্ৰথমে এক’নাইট নেপ ব্যৱহাৰ কৰা হয় ।এক’নাইট নেপৰ ৰোগীৰ শৰীৰত ঘাম নেথাকে । এনে ধৰণৰ লক্ষণ থকা প্ৰায় বিলাক ৰোগ প্ৰথমে ব্যৱহাৰ কৰিলে এক’নাইট নেপৰ দ্বাৰাই আৰোগ্য হয় । মাৰকিউৰিয়াচ চল(Mercurius Sol)-প্ৰত্যেক ঋতু পৰিবৰ্ত্তনৰ সময়ত,নিয়ৰ পৰা … Read more
  • সময় অনুপাতে ৰোগ বৃদ্ধি : হোমিও চিকিৎসা
    সময়ৰ সৈতে ৰোগৰ লক্ষণ হোমিওপেথিক পদ্ধতিত লক্ষণ সমষ্টিৰ যথেষ্ট গুৰুত্ব আছে । সঠিক লক্ষণত সঠিক ঔষধ ব্যৱহাৰ কৰিবলৈ সঠিক লক্ষণ ধৰা পেলোৱাটো অতি দৰকাৰী । দেখা যায় কিছু ৰোগ সদায় প্ৰায় একে সময়ত উৎপত্তি হয় বা বৃদ্ধি হয় । তেনে লক্ষণবোৰ লক্ষ কৰিব লগীয়া । এইদৰে সময়ৰ সৈতে হ্ৰাস বৃদ্ধি হোৱা ৰোগৰ লক্ষণবোৰ ভালদৰে নিৰিক্ষণ … Read more
  • চকুৰ সংবেদনশীলতা,মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ হোমিওপেথিক চিকিৎসা
        This post contains affiliate links. For more details, please visit our Affiliate Disclosure. বতাহত চকু মেলিবলৈ অসুবিধা, চকুৰ ভিতৰত বিষ, মূৰ ঘূৰোৱা, অনবৰতে মূৰৰ বিষ অনুভৱ কৰেনে কি ? এই লক্ষণ সমূহ হতাশাজনক হ’ব পাৰে বিশেষকৈ যদি ই আপোনাৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে । এই অস্বস্তিসমূহ দূৰ কৰিবলৈ হোমিওপেথিত লক্ষণসমূহৰ মূল কাৰণ … Read more
  • মুখত তিতা লগাৰ হোমিওপেথিক চিকিৎসা
    There are affiliate links in this post. Please see my Affiliate Disclosure. পুৱা শুই উঠাৰ পিছত মুখত তিতা সোৱাদ অস্বস্তিকৰ অনুভৱ । প্ৰায় লোকৰ এনে সোৱাদৰ অভিজ্ঞতাৰ কথা শুনা যায় । ই কোনো ৰোগৰ এক লক্ষণ । এনে তিতা সোৱাদে প্ৰায়ে বদহজম, যকৃতৰ সমস্যা বা দাঁতৰ সমস্যাৰ দৰে অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিয়ে । হোমিওপেথীক … Read more
  • গ্ৰীষ্ম কালত হোৱা কিছু ৰোগৰ হোমিও চিকিৎসা
    Disclosure This post might contain affiliate links. For more details, please see our Affiliate Disclosure. গৰম কালি সৰু ল’ৰা-ছোৱালীৰ সঘনাই জ্বৰ আদি হোৱা দেখা যায় । যদি এই জ্বৰ হোৱাৰ কাৰণ প্ৰচণ্ড গৰমত থকাৰ বাবে হয় তেন্তে Aconitum Napellus ( চমুকৈ Aconite Nap) নামৰ দৰৱ বিধেৰে আৰোগ্য কৰিব পাৰে । গ্ৰীষ্মকালত সাধাৰণতে কিছু ৰোগ হোৱা … Read more