আপুনি জানেনে অতিপাত গৰম পৰাৰ বাবেও অজীৰ্ণ ৰোগ হ’ব পাৰে ?
হোমিওপেঠিক ঔষধেৰে অজীৰ্ণ ৰোগৰ চিকিৎসা অজীৰ্ণ ৰোগৰ কাৰণ আজিকালি প্ৰায় মানুহৰে অজীৰ্ণ,গেছৰ সমস্যা আদি থকা দেখা যায় । মানুহৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বা নিয়মিত খোৱা-বোৱা নকৰাৰ বাবে বা ভোক লগাৰ বাবে নেখাই বিলাসিতা হিচাপে খাদ্য খোৱাৰ বাবে এনে সমস্যা থকা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলিব পাৰি। প্ৰাকৃতিক চিকিৎসাৰে অজীৰ্ণ ৰোগৰ পৰা সহজে মুক্ত হ’ব … Read more