আপুনি জানি আচৰিত হ’ব ভঙা হাড়ও হোমিওপেথিক ঔষধে জোৰা লগাব পাৰে

আঘাত,মুচুকা খোৱাত হোমিওপেথিক চিকিৎসা আঘাত আদিত ব্যৱহাৰ হোৱা কেইটামান বিশেষ হোমিওপেথিক ঔষধ তলত আলোচনা কৰা হৈছে । Check Prices on Amazon Arnica Mont-( আৰ্ণিকা মণ্ট ) সকলো ধৰণৰ আঘাতত প্ৰথমেই মনলৈ অহা হোমিওপেথিক ঔষধটো হৈছে আৰ্ণিকা মণ্ট ( Arnica-Mont) । সকলো ধৰণৰ আঘাতত বিশেষকৈ থেতেলা খোৱা,খুন্দা খোৱা আদিত এই ঔষধ ব্যৱহাৰ কৰিব লাগে । আঘাত … Read more

হোমিওপেথিক চিকিৎসাত মাম্পচ বা পিঠাখোৱা ৰোগ অতি সহজে আৰোগ্য হয়

মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ । ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ । মাম্পচৰ লক্ষণ এই ৰোগত প্ৰথমে কাণৰ কাষত গালৰ এফালে উখহে । দুই এদিনৰ ভিতৰত গোটেই গালখন উখহে । কেতিয়াবা এখন গাল আৰু কেতিয়াবা দুইখন গাল উখহে । গাল উখহিলে সাধাৰণতে বিষ হয় । কিন্তু কেতিয়াবা বিষ … Read more

হোমিও ঔষধেৰে পেটৰ বিষৰ চিকিৎসা

এই ঔষধৰ লক্ষণ হৈছে– পেট কামোৰণিৰ বাবে ল’ৰা-ছোৱালীবোৰে সকলো সময়তে পেনপেনাই আমনি কৰি থাকে । কোলাত উঠি ফুৰিবলৈ বিচাৰে । সকলো সময়তে খং ভাব দেখুৱায় ।