বাত ৰোগ( RHEUMATISM)ৰ হোমিওপেথিক চিকিৎসা

বাত ৰোগ দুই প্ৰকাৰৰ ১) সন্ধিবাত ( Rheumatism) ২) গাঁঠিবাত ( Gout ) উভয়বিধ বাত ৰোগৰ নতুন ( Acute ) আৰু পুৰণি ( Chronic ) এই দুই অৱস্থা থাকিব পাৰে । নতুন সন্ধিবাত নতুন সন্ধিবাতত সন্ধিবিলাক ঢাৰি ৰখা পিৰপিৰীয়া ছালৰ প্ৰদাহ হয় । ক্ৰমান্বয়ে সন্ধিবিলাক ফুলে,ৰঙা পৰে আৰু অসহ্য বিষ হয় । বিষৰ বাবে জ্বৰো … Read more