এনকেফেলাইটিছ : কাৰণ,সংক্ৰমণ আৰু ইয়াৰ হোমিওপেথী চিকিৎসা

এনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ ফলত মগজুৰ কোষবোৰ ফুলি উঠে। ফলত মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব পাৰে । তৎকালীনভাৱে আৰু উপযুক্তভাৱে সমাধান নকৰিলে স্থায়ী ক্ষতি হ’ব পাৰে। এনকেফেলাইটিছক দুটা মূল ভাগত ভাগ কৰিব পাৰি … Read more

খং-ক্ষোভ, দুখ-শোক বা অপমান আদি দমাই ৰাখিছে নেকি ? সাৱধান ! ই হিষ্টেৰিয়াৰ কাৰণ হ’বগৈ পাৰে ।

হিষ্টেৰিয়া: কাৰণ,লক্ষণ আৰু ইয়াৰ হোমিঅ’পেথিক চিকিৎসা হিষ্টেৰিয়াৰ পৰিচয় : ঐতিহাসিকভাৱে বহু বিতৰ্কিত মানসিক বিকাৰ হিষ্টেৰিয়াই যুগ যুগ ধৰি চিকিৎসক সকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। প্ৰাচীন চিকিৎসা গ্ৰন্থত প্ৰথমে স্বীকৃতি পোৱা হিষ্টেৰিয়াৰ বিশেষকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ ভিতৰত যথেষ্ট পুনৰ মূল্যায়ন কৰা হৈছে। ‘হিষ্টেৰিয়া’ শব্দটো গ্ৰীক শব্দ ‘হিষ্টেৰা’ অৰ্থাৎ “জৰায়ু”ৰ পৰাই উদ্ভৱ হৈছে । সেয়ে এক প্ৰাথমিক … Read more

ডিছমেন’ৰিয়াৰ হোমিঅ’পেথিক চিকিৎসা

এই ৰোগক বাধক বা অনিয়মিত ঋতুস্ৰাৱৰ ৰোগ বুলিও কোৱা হয় । এই ৰোগত মহিলাই পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে ৷ ঋতুস্ৰাৱ নিয়মিতভাৱে নহয়। ঋতুস্ৰাৱ অতি কম হয়। ডিচমেন’ৰিয়া তিনি প্ৰকাৰৰ :১) যান্ত্ৰিক ডিচমেন’ৰিয়া২) কনজেষ্টিভ ডিছমেন’ৰিয়া৩) স্নায়ুজনিত ডিচমেন’ৰিয়া যান্ত্ৰিক ডিচমেন’ৰিয়া: এই ধৰণৰ ডিচমেন’ৰিয়াত কিছুমান কাৰণত জৰায়ুৰ স্থানচ্যুতিৰ হৈ প্ৰাকৃতিক ঋতুস্ৰাৱৰ প্ৰবাহত বাধা দিয়ে । ঋতুস্ৰাৱৰ … Read more

প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ হোমিও চিকিৎসা

প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে । প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে । Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল … Read more