পানী লগা ৰোগ(Cold) ভয়ংকৰ হ’ব পাৰে

পানী লগা সাধাৰণতে বতৰ পৰিবৰ্ত্তন আৰু ঠাণ্ডা লগাৰ বাবে উৎপত্তি হয় ।
কিছুমান মানুহৰ বা ল’ৰা-ছোৱালীৰ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা লগাৰ লগত সম্বন্ধ নেথাকি প্ৰায়ে সঘনাই পানী লাগি থাকে । তেনে কিছু উদাহৰণ হ’ল–

এডিনাইট ,পলিপি আদি নাকৰ ৰোস্নায়ু দুৰ্বল হ’লে বা যৌন ব্যাধি থাকিলে প্ৰায়ে পানী লাগি থাকে ।

ইনফ্লুৱেঞ্জা ঘাটক হ’ব পাৰে

Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় । কেতিয়াবা এই ৰোগ সংক্ৰামক ভাবে ( Epidemic ) প্ৰকাশ পায় । লক্ষণ– এই ৰোগে আক্ৰমণ কৰাৰ লগে লগে অতি সোনকালে ৰোগী দুৰ্বল হয় । হাত-ভৰি আৰু গোটেই শৰীৰ অৱশ হৈ আহে । … Read more

গ্ৰীষ্ম কালত হোৱা কিছু ৰোগৰ হোমিও চিকিৎসা

গৰম কালি সৰু ল’ৰা-ছোৱালীৰ সঘনাই জ্বৰ আদি হোৱা দেখা যায় । যদি এই জ্বৰ হোৱাৰ কাৰণ প্ৰচণ্ড গৰমত থকাৰ বাবে হয় তেন্তে Aconitum napellus ( চমুকৈ Aconite Nap) নামৰ দৰৱ বিধেৰে আৰোগ্য কৰিব পাৰে ।………….. গ্ৰীষ্মকালত সাধাৰণতে কিছু ৰোগ হোৱা দেখা যায় । বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ এনে অসুখ সঘনাই হোৱা দেখা যায় । হোমিওপেথিক চিকিৎসাৰে … Read more