জ্বৰ আৰু মূৰৰ বিষত বেলাডোনা(Belladona)ৰ ব্য়ৱহাৰ

জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladona) বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় । ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত … Read more