এনকেফেলাইটিছ : কাৰণ,সংক্ৰমণ আৰু ইয়াৰ হোমিওপেথী চিকিৎসা

এনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ ফলত মগজুৰ কোষবোৰ ফুলি উঠে। ফলত মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব পাৰে । তৎকালীনভাৱে আৰু উপযুক্তভাৱে সমাধান নকৰিলে স্থায়ী ক্ষতি হ’ব পাৰে। এনকেফেলাইটিছক দুটা মূল ভাগত ভাগ কৰিব পাৰি … Read more

জ্বৰ আৰু মূৰৰ বিষত বেলাডোনা(Belladona)ৰ ব্য়ৱহাৰ

জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladona) বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় । ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত … Read more