- ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ হোমিওপেথিক চিকিৎসালৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত হোমিওপেথিক চিকিৎসা অতি ফলপ্ৰসু অজীৰ্ণ ৰোগৰ লক্ষণ– অজীৰ্ণ ৰোগৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰি অহা হৈছে । বয়স্থ লোক বা সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ লক্ষণ একে আৰু ঔষধও প্ৰায় একেবোৰ ব্যৱহাৰ হয় । তলত কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল । Aethusa Cynapium( ইথুজা চাইনাপিয়াম )– এই ঔষধটো কেঁচুৱা ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত … Read more
- হোমিও ঔষধেৰে পেটৰ বিষৰ চিকিৎসাএই ঔষধৰ লক্ষণ হৈছে– পেট কামোৰণিৰ বাবে ল’ৰা-ছোৱালীবোৰে সকলো সময়তে পেনপেনাই আমনি কৰি থাকে । কোলাত উঠি ফুৰিবলৈ বিচাৰে । সকলো সময়তে খং ভাব দেখুৱায় ।
- আপুনি জানেনে অতিপাত গৰম পৰাৰ বাবেও অজীৰ্ণ ৰোগ হ’ব পাৰে ?হোমিওপেঠিক ঔষধেৰে অজীৰ্ণ ৰোগৰ চিকিৎসা অজীৰ্ণ ৰোগৰ কাৰণ আজিকালি প্ৰায় মানুহৰে অজীৰ্ণ,গেছৰ সমস্যা আদি থকা দেখা যায় । মানুহৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বা নিয়মিত খোৱা-বোৱা নকৰাৰ বাবে বা ভোক লগাৰ বাবে নেখাই বিলাসিতা হিচাপে খাদ্য খোৱাৰ বাবে এনে সমস্যা থকা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলিব পাৰি। প্ৰাকৃতিক চিকিৎসাৰে অজীৰ্ণ ৰোগৰ পৰা সহজে মুক্ত হ’ব … Read more
- আপুনি জানে নে হজম শক্তি কম হ’লেও ডায়েৰীয়া ৰোগ হয় ?ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-যি খায় হজম নহৈ সেই খাদ্য শৌচৰ লগত ওলায় ।খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।শৌচৰ লগত বায়ু যায় ।
- গৰম দিনত হোৱা ডায়েৰীয়া (Diarrhoea) ৰোগৰ হোমিওপেথিক চিকিৎসাগৰমৰ দিনত হোৱা ডায়েৰীয়া ৰোগৰ হোমিও চিকিৎসা : ডায়েৰীয়াৰ লক্ষণ : ডায়েৰীয়াৰ লক্ষণ হৈছে ঘনাই পনীয়া শৌচ হয় । এই ৰোগক অতিশাৰ বুলিও কোৱা হয় । ডায়েৰীয়াৰ লগত কেতিয়াবা পেটত বিষ থাকে । সাধাৰণতে বিষ নাথাকে । ডায়েৰীয়া বা অতিশাৰৰ কাৰণ যিবোৰ কাৰণত ডায়েৰীয়া হোৱা দেখা যায় তাৰ সংখ্যা অনেক । তাৰে কেইটামান কাৰণ তলত … Read more