- পাইলছ : কাৰণ আৰু হোমিওপেথিক চিকিৎসাপাতনি পাইলছ, যাক অৰ্শ বুলিও কোৱা হয়, হৈছে তলৰ মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ফুলি উঠা ৰক্তবাহী নলী। বহু লোকে এই ৰোগথ ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই ৰোগত মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠাৰ বাবে মলত্যাগ কৰাৰ সময়ত অস্বস্তি, বিষ, … Read more
- আপুনি জানে নে হজম শক্তি কম হ’লেও ডায়েৰীয়া ৰোগ হয় ?ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-যি খায় হজম নহৈ সেই খাদ্য শৌচৰ লগত ওলায় ।খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।শৌচৰ লগত বায়ু যায় ।