হতাশা যে এক মানসিক ৰোগ আপুনি জানে নে ? হতাশা কি? হতাশা, যাক চিকিৎসাবিজ্ঞানৰ ভাষাত ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ (DD) বুলি জনা যায় ; ই এনে এক বহুমুখী মানসিক অৱস্থা যে যি অৱস্থাত মানুহ এজন ভিতৰি ভিতৰি মানসিক ভাবে বিষণ্ণ আৰু উদ্যমহীন হৈ পৰে । ই ব্যক্তি এজনৰ আৱেগিক আৰু শাৰীৰিক সুস্থতাৰ এক উল্লেখযোগ্য পৰিৱৰ্তনক সূচায় যিয়ে…
সূতা-কৃমি কেনেকৈ মানুহৰ শৰীৰত প্ৰৱেশ কৰে সূতা-কৃমিক পিনৱৰ্ম বুলিও কোৱা হয় । সাধাৰণতে ইহঁত অতি সুক্ষ্ম অণুবীক্ষণিক আকৃতিৰ কণীৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে । সূতা-কৃমিৰ কণী প্ৰায়ে বিচনা চাদৰ, কাপোৰ, শৌচাগাৰৰ আসনৰ দৰে দূষিত পৃষ্ঠত পোৱা যায় । সূতা-কৃমিৰ জীৱনচক্ৰ আৰম্ভ হয় যেতিয়া কোনো ব্যক্তিৰ অজানিতে এই কণীবোৰ খাদ্য বা পানীৰ লগত পেটত প্ৰৱেশ…
এনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ ফলত মগজুৰ কোষবোৰ ফুলি উঠে। ফলত মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব পাৰে । তৎকালীনভাৱে আৰু উপযুক্তভাৱে সমাধান নকৰিলে স্থায়ী ক্ষতি হ’ব পাৰে। এনকেফেলাইটিছক দুটা মূল ভাগত ভাগ কৰিব পাৰি…
হিষ্টেৰিয়া: কাৰণ,লক্ষণ আৰু ইয়াৰ হোমিঅ’পেথিক চিকিৎসা হিষ্টেৰিয়াৰ পৰিচয় : ঐতিহাসিকভাৱে বহু বিতৰ্কিত মানসিক বিকাৰ হিষ্টেৰিয়াই যুগ যুগ ধৰি চিকিৎসক সকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। প্ৰাচীন চিকিৎসা গ্ৰন্থত প্ৰথমে স্বীকৃতি পোৱা হিষ্টেৰিয়াৰ বিশেষকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ ভিতৰত যথেষ্ট পুনৰ মূল্যায়ন কৰা হৈছে। ‘হিষ্টেৰিয়া’ শব্দটো গ্ৰীক শব্দ ‘হিষ্টেৰা’ অৰ্থাৎ “জৰায়ু”ৰ পৰাই উদ্ভৱ হৈছে । সেয়ে এক প্ৰাথমিক…
এই ৰোগক বাধক বা অনিয়মিত ঋতুস্ৰাৱৰ ৰোগ বুলিও কোৱা হয় । এই ৰোগত মহিলাই পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে ৷ ঋতুস্ৰাৱ নিয়মিতভাৱে নহয়। ঋতুস্ৰাৱ অতি কম হয়। ডিচমেন’ৰিয়া তিনি প্ৰকাৰৰ :১) যান্ত্ৰিক ডিচমেন’ৰিয়া২) কনজেষ্টিভ ডিছমেন’ৰিয়া৩) স্নায়ুজনিত ডিচমেন’ৰিয়া যান্ত্ৰিক ডিচমেন’ৰিয়া: এই ধৰণৰ ডিচমেন’ৰিয়াত কিছুমান কাৰণত জৰায়ুৰ স্থানচ্যুতিৰ হৈ প্ৰাকৃতিক ঋতুস্ৰাৱৰ প্ৰবাহত বাধা দিয়ে । ঋতুস্ৰাৱৰ…
প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে । প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে । Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল…
হোমিওপেখিত চিকিৎসা ব্যৱস্থাত যি সমূহ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ সীমা-সংখ্যা সঠিককৈ কোৱা টান কাৰণ নতুন নতুন ঔধষৰ পৰীক্ষা আৰু আৱিষ্কাৰ হৈয়ে আছে । তথাপিও হোমিওপেথিক চিকিৎসাত কেইবিধমান ঔষধৰ ব্যৱহাৰ অতি সঘনাই হোৱা দেখা যায় । এই কেইবিধ ঔষধৰ বিষয়ে কিছু জ্ঞান আয়ত্ব কৰি ৰাখিলে সততে হোৱা জ্বৰ,বমি,পানী লগা আদি সৰু-সুৰা বেমাৰ আদিৰ পৰা প্ৰথম…
বাত ৰোগ দুই প্ৰকাৰৰ ১) সন্ধিবাত ( Rheumatism) ২) গাঁঠিবাত ( Gout ) উভয়বিধ বাত ৰোগৰ নতুন ( Acute ) আৰু পুৰণি ( Chronic ) এই দুই অৱস্থা থাকিব পাৰে । নতুন সন্ধিবাত নতুন সন্ধিবাতত সন্ধিবিলাক ঢাৰি ৰখা পিৰপিৰীয়া ছালৰ প্ৰদাহ হয় । ক্ৰমান্বয়ে সন্ধিবিলাক ফুলে,ৰঙা পৰে আৰু অসহ্য বিষ হয় । বিষৰ বাবে জ্বৰো…
পাতনি পাইলছ, যাক অৰ্শ বুলিও কোৱা হয়, হৈছে তলৰ মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ফুলি উঠা ৰক্তবাহী নলী। বহু লোকে এই ৰোগথ ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই ৰোগত মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠাৰ বাবে মলত্যাগ কৰাৰ সময়ত অস্বস্তি, বিষ,…