ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ হোমিওপেথিক চিকিৎসা
লৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত হোমিওপেথিক চিকিৎসা অতি ফলপ্ৰসু অজীৰ্ণ ৰোগৰ লক্ষণ– অজীৰ্ণ ৰোগৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰি অহা হৈছে । বয়স্থ লোক বা সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ লক্ষণ একে আৰু ঔষধও প্ৰায় একেবোৰ ব্যৱহাৰ হয় । তলত কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল । Aethusa Cynapium( ইথুজা চাইনাপিয়াম )– এই ঔষধটো কেঁচুৱা ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত … Read more