আৰ্নিকা মন্টানা (Arnica Montana): প্ৰাকৃতিক নিৰাময় শক্তিৰ এক সম্পূৰ্ণ গাইড

সাধাৰণতে আৰ্নিকা মণ্ট নামেৰে জনাজাত আৰ্নিকা মন্টানা হোমিওপেথীৰ এক অন্যতম বহুলভাৱে ব্যৱহৃত আৰু গুৰুত্বপূৰ্ণ ঔষধ সমূহৰ এবিধ । আৰ্নিকা নামৰ উদ্ভিদৰ ফুলৰ পৰা আহৰণ কৰা এই উদ্ভিদৰ নিৰাময় আৰু আৰোগ্যকৰ গুণৰ বাবে ইয়াৰ ব্যৱহাৰৰ ইতিহাস বহু পুৰণি । শাৰীৰিক আঘাত, বিষ, আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াৰ ফলপ্ৰসূতাৰ বাবে পৰিচিত আৰ্নিকা মণ্টক প্ৰায়ে প্ৰতিটো হোমিওপেথিক কিটত … Read more

মুখত তিতা লগাৰ হোমিওপেথিক চিকিৎসা

পুৱা শুই উঠাৰ পিছত মুখত তিতা সোৱাদ অস্বস্তিকৰ অনুভৱ । প্ৰায় লোকৰ এনে সোৱাদৰ অভিজ্ঞতাৰ কথা শুনা যায় । ই কোনো ৰোগৰ এক লক্ষণ । এনে তিতা সোৱাদে প্ৰায়ে বদহজম, যকৃতৰ সমস্যা বা দাঁতৰ সমস্যাৰ দৰে অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিয়ে । হোমিওপেথীক চিকিৎসাত প্ৰাকৃতিক উপায়েৰে মুখত তিতা সোৱাদৰ মূল কাৰণ আৰু ইয়াৰ লগত জড়িত … Read more

সৰ্বাধিক ব্যৱহৃত হোৱা দহটা হোমিওপেথিক ঔষধ: লক্ষণ আৰু ব্যৱহাৰ

হোমিওপেথী হৈছে চিকিৎসাৰ এনে এক প্ৰাকৃতিক ব্যৱস্থা যিয়ে ব্যক্তিৰ অনন্য লক্ষণক গুৰুত্ব প্ৰদান কৰি ৰোগৰ চিকিৎসা কৰে। হোমিওপেথিক ঔষধে কেৱল লক্ষণসমূহ দমন কৰাতে ক্ষান্ত নেথাকে, শৰীৰৰ প্ৰাকৃতিক নিৰাময় প্ৰতিক্ৰিয়াটোক ই উদ্দীপিত কৰি তোলে। এই লিখনিত আটাইতকৈ বেছি আৰু অতি সঘনাই ব্যৱহাৰ হোৱা দহটা হোমিওপেথিক ঔষধ, ইয়াৰ মূল লক্ষণ আৰু বিভিন্ন ৰোগৰ চিকিৎসাত এইবোৰৰ ব্যৱহাৰৰ বিষয়ে … Read more

হতাশা:কাৰণ আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা

হতাশা যে এক মানসিক ৰোগ আপুনি জানে নে ? ( Disclosure: This post may contain affiliate links, which means I may earn a commission if you purchase through these links, at no extra cost. As an Amazon Associate, I earn from qualifying purchases.) হতাশা কি? হতাশা, যাক চিকিৎসাবিজ্ঞানৰ ভাষাত ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ (DD) বুলি জনা যায় … Read more

সূতা-কৃমিৰ সংক্ৰমণ : লক্ষণ, প্ৰতিৰোধ, আৰু হোমিওপেথিক চিকিৎসা

সূতা-কৃমি কেনেকৈ মানুহৰ শৰীৰত প্ৰৱেশ কৰে সূতা-কৃমিক পিনৱৰ্ম বুলিও কোৱা হয় । সাধাৰণতে ইহঁত অতি সুক্ষ্ম অণুবীক্ষণিক আকৃতিৰ কণীৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে । সূতা-কৃমিৰ কণী প্ৰায়ে বিচনা চাদৰ, কাপোৰ, শৌচাগাৰৰ আসনৰ দৰে দূষিত পৃষ্ঠত পোৱা যায় । সূতা-কৃমিৰ জীৱনচক্ৰ আৰম্ভ হয় যেতিয়া কোনো ব্যক্তিৰ অজানিতে এই কণীবোৰ খাদ্য বা পানীৰ লগত পেটত প্ৰৱেশ … Read more

এনকেফেলাইটিছ : কাৰণ,সংক্ৰমণ আৰু ইয়াৰ হোমিওপেথী চিকিৎসা

এনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ ফলত মগজুৰ কোষবোৰ ফুলি উঠে। ফলত মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব পাৰে । তৎকালীনভাৱে আৰু উপযুক্তভাৱে সমাধান নকৰিলে স্থায়ী ক্ষতি হ’ব পাৰে। এনকেফেলাইটিছক দুটা মূল ভাগত ভাগ কৰিব পাৰি … Read more

খং-ক্ষোভ, দুখ-শোক বা অপমান আদি দমাই ৰাখিছে নেকি ? সাৱধান ! ই হিষ্টেৰিয়াৰ কাৰণ হ’বগৈ পাৰে ।

হিষ্টেৰিয়া: কাৰণ,লক্ষণ আৰু ইয়াৰ হোমিঅ’পেথিক চিকিৎসা হিষ্টেৰিয়াৰ পৰিচয় : ঐতিহাসিকভাৱে বহু বিতৰ্কিত মানসিক বিকাৰ হিষ্টেৰিয়াই যুগ যুগ ধৰি চিকিৎসক সকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। প্ৰাচীন চিকিৎসা গ্ৰন্থত প্ৰথমে স্বীকৃতি পোৱা হিষ্টেৰিয়াৰ বিশেষকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ ভিতৰত যথেষ্ট পুনৰ মূল্যায়ন কৰা হৈছে। ‘হিষ্টেৰিয়া’ শব্দটো গ্ৰীক শব্দ ‘হিষ্টেৰা’ অৰ্থাৎ “জৰায়ু”ৰ পৰাই উদ্ভৱ হৈছে । সেয়ে এক প্ৰাথমিক … Read more

ডিছমেন’ৰিয়াৰ হোমিঅ’পেথিক চিকিৎসা

এই ৰোগক বাধক বা অনিয়মিত ঋতুস্ৰাৱৰ ৰোগ বুলিও কোৱা হয় । এই ৰোগত মহিলাই পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে ৷ ঋতুস্ৰাৱ নিয়মিতভাৱে নহয়। ঋতুস্ৰাৱ অতি কম হয়। ডিচমেন’ৰিয়া তিনি প্ৰকাৰৰ :১) যান্ত্ৰিক ডিচমেন’ৰিয়া২) কনজেষ্টিভ ডিছমেন’ৰিয়া৩) স্নায়ুজনিত ডিচমেন’ৰিয়া যান্ত্ৰিক ডিচমেন’ৰিয়া: এই ধৰণৰ ডিচমেন’ৰিয়াত কিছুমান কাৰণত জৰায়ুৰ স্থানচ্যুতিৰ হৈ প্ৰাকৃতিক ঋতুস্ৰাৱৰ প্ৰবাহত বাধা দিয়ে । ঋতুস্ৰাৱৰ … Read more

প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ হোমিও চিকিৎসা

প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে । প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে । Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল … Read more

সঘনাই ব্যৱহাৰ হোৱা কেইটামান অতি প্ৰয়োজনীয় হোমিওপেথিক ঔষধ

হোমিওপেখিত চিকিৎসা ব্যৱস্থাত যি সমূহ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ সীমা-সংখ্যা সঠিককৈ কোৱা টান কাৰণ নতুন নতুন ঔধষৰ পৰীক্ষা আৰু আৱিষ্কাৰ হৈয়ে আছে । তথাপিও হোমিওপেথিক চিকিৎসাত কেইবিধমান ঔষধৰ ব্যৱহাৰ অতি সঘনাই হোৱা দেখা যায় । এই কেইবিধ ঔষধৰ বিষয়ে কিছু জ্ঞান আয়ত্ব কৰি ৰাখিলে সততে হোৱা জ্বৰ,বমি,পানী লগা আদি সৰু-সুৰা বেমাৰ আদিৰ পৰা প্ৰথম … Read more