গান গোৱাৰ বা বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভঙা ফ্যাৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে

ফ্যাৰিংজাইটিজৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফ্যাৰিংস বোলা হয় । এই ফ্যাৰিংসৰ ৰোগ হ’লে তাক ফ্যাৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি কাৰণতো ফ্যাৰিংজাইটিজ হ’ব পাৰে । ফ্যাৰিংজাইটিজ নতুন হ’লে প্ৰথমে ডিঙিৰ ভিতৰৰ অংশ আৰু … Read more