গৰম দিনত হোৱা ডায়েৰীয়া (Diarrhoea) ৰোগৰ হোমিওপেথিক চিকিৎসা

গৰমৰ দিনত হোৱা ডায়েৰীয়া ৰোগৰ হোমিও চিকিৎসা : ডায়েৰীয়াৰ লক্ষণ : ডায়েৰীয়াৰ লক্ষণ হৈছে ঘনাই পনীয়া শৌচ হয় । এই ৰোগক অতিশাৰ বুলিও কোৱা হয় । ডায়েৰীয়াৰ লগত কেতিয়াবা পেটত বিষ থাকে । সাধাৰণতে বিষ নাথাকে । ডায়েৰীয়া বা অতিশাৰৰ কাৰণ যিবোৰ কাৰণত ডায়েৰীয়া হোৱা দেখা যায় তাৰ সংখ্যা অনেক । তাৰে কেইটামান কাৰণ তলত … Read more