ভয় নেখাব বসন্ত ৰোগ হোমিওপেঠিক চিকিৎসাত আৰোগ্য হয় (Small Pox)

হোমিওপেথিক চিকিৎসা যিকোনো ধৰণৰ ভাইৰাচজনিত ৰোগৰ অতি ফলপ্ৰসু চিকিৎসা হোমিওপেথিকত বসন্ত ৰোগৰ অতি ফলপ্ৰসু চিকিৎসা আছে । সেয়ে বসন্ত ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে । বসন্ত ৰোগ দুই প্ৰকাৰৰ । ১) পানী বসন্ত ২) প্ৰকৃত বসন্ত পানী বসন্ত ৰোগত জুইয়ে পুৰিলে উঠাৰ দৰে ধৌ বা পানীজ্বলা উঠে । প্ৰকৃত বসন্ত ৰোগ হ’লে বসন্তৰ উদ্ভেদবোৰত … Read more

ইনফ্লুৱেঞ্জা ঘাটক হ’ব পাৰে

Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় । কেতিয়াবা এই ৰোগ সংক্ৰামক ভাবে ( Epidemic ) প্ৰকাশ পায় । লক্ষণ– এই ৰোগে আক্ৰমণ কৰাৰ লগে লগে অতি সোনকালে ৰোগী দুৰ্বল হয় । হাত-ভৰি আৰু গোটেই শৰীৰ অৱশ হৈ আহে । … Read more

আদিতে চিকিৎসা নহ’লে হাম জ্বৰ বা সৰু আই ( Measles ) জটিল হ’ব পাৰে

হামজ্বৰ আৰু ইয়াৰ লক্ষণ এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় । এই উদ্ভেদবোৰ ওলাবৰ সময়ত গোটেই শৰীৰত ভয়ংকৰ চিত চিতনি আৰু খজুৱতি হয় । শৰীৰত সৰু আই প্ৰকাশ হোৱাৰ ৩/৪ দিন আগৰে পৰা ইনফ্লুয়েঞ্জাৰ লক্ষণ সমূহ প্ৰকাশ পায় । চকু-মুখ ফোলা,হাঁচি,কাহ ,জ্বৰ আদি থাকিব পাৰে । জ্বৰৰ তাপ ১০১ … Read more

টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ (TYPHOID FEVER AND ITS SYMPTOMS)

টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ সমূহ ( TYPHOID FEVER AND ITS SYMPTOMS ) তলত আলোচনা কৰা হৈছে । Click To Buy Click To Buy টাইফইড জ্বৰ প্ৰায়ে পাল জ্বৰ ( Remittent Fever )ৰ পৰা উৎপত্তি হয় । কেতিয়াবাহে প্ৰথমৰে পৰা টাইফইডৰ লক্ষণ সমূহ লৈ এই জ্বৰ উৎপত্তি হয় । টাইফইড জ্বৰৰ লক্ষণ হ’ল- জ্বৰ সকলো … Read more

নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ

নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল Kidney Stone Dissolver Ayurvedic Health Supplement.Click To Buy নেৰানেপেৰা জ্বৰ– Continued Fever অৰ্থাৎ নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ … Read more

জ্বৰত ৰাস টক্সিকোডেণ্ড্ৰণ ( Rhus Toxicodendron )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা ঔষধ হৈছে ৰাস টক্সিকোডেণ্ড্ৰণ চমুকৈ ৰাস টক্স ( Rhus Tox ) নেৰানেপেৰা জ্বৰ ( Continued Fever ), পাল জ্বৰ ( Intermittent Fever ) আৰোগ্য় নহৈ যদি টাইফইড (Typhoid ) জ্বৰৰ লক্ষণ প্ৰকাশ পায় তেতিয়া ৰাস টক্স ব্য়ৱহাৰ কৰিব লাগে । Click To Buy Ashtavargam Kwath tablet relieves numbness and neurological … Read more

জ্বৰত আৰ্চেনিক এলবাম ( Arsenic Albam )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam ) এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত বৃদ্ধি হয় ( Temperature increases From 12 A.M to 2 A.M or 12 P.M. 2 P.M everyday ) । জ্বৰ যিমানেই বৃ্দ্ধি হয় ৰোগী সিমানেই অস্থিৰ … Read more

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ সৰু ল’ৰা- ছোৱালী বিলাকৰ জ্বৰত সাধাৰণতে এই ঔষধ ব্য়ৱহাৰ হয় । Click To Buy এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰটো ঘামে । সৰু ল’ৰা-ছোৱালীবোৰে সকলো সময়তে আমনি কৰি থাকে । খেলিবলৈ দিলে খেলা বস্তু দলিয়াই দিয়ে । পেন পেনাই থাকে । কেৱল কোলাত লৈ ফুৰিলে আনমি নকৰে । এনে … Read more

জ্বৰত ভেৰেট্ৰাম ভিৰাইড (Veratrum Viride) ৰ ব্যৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) জ্বৰত আন দৰৱৰ ক্ষেত্ৰত উল্লেখ কৰা সাধাৰণ লক্ষণবোৰৰ লগতে যদি তেজৰ দৰে ৰঙা বৰণৰ কম প্ৰস্ৰাৱ হয় তেন্তে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে । Click The Picture To Buy ভেৰেট্ৰাম ভিৰাইডৰ মূল লক্ষণবোৰ হৈছে ৰোগী কাজিয়া প্ৰিয় … Read more

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha)ৰ ব্য়ৱহাৰ

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha )ৰ ব্য়ৱহাৰ জ্বৰত এই ঔষধটো ব্য়ৱহাৰ কৰাৰ প্ৰধান লক্ষণ হ’ল– (ক ) সকলো সময়তে বমি কৰিম বমি কৰিম লাগি থাকে । বমি কৰিলেও বমি কৰিম কৰিম লাগি থকা ভাব নুগুছে । (খ) জ্বৰ উঠাৰ লগে লগে শৌচ আৰু বমি হয় । কিনিবলৈ ছবিখনত ক্লিক কৰক কিনিবলৈ ছবিখনত ক্লিক কৰক মন কৰিব … Read more