This page may contain affiliate links. For more details, we suggest you to visit our Affiliate Disclosure.
- বেলাড’নাৰ প্ৰধান লক্ষণ সমূহ আৰু বিভিন্ন ৰোগত ইয়াৰ ব্যৱহাৰby Naivedyanandan Sponowalহোমিওপেথিক চিকিৎসাত সততে ব্যৱহাৰ হোৱা এবিধ ঔষধ হৈছে বেলাড’না ।সকলো ৰোগতে প্ৰকাশ পোৱা ইয়াৰ প্ৰধান লক্ষণ সমূহ তলত আলোচনা কৰা হৈছে । ১.হঠাৎ উৎপত্তি হয়, নিয়মিত চলে আৰু হঠাৎ নোহোৱা হয় –যেনে বিষ-যন্ত্ৰণা আদি হঠাৎ তীব্ৰভাবে উপস্থিত হয় আৰু হঠাৎ নিবৃত হয় । চৰ্দি লাগিলে হঠাৎ অতি তীব্ৰ ৰূপ ধাৰণ কৰে আৰু হঠাৎ চৰ্দি নোহোৱা … Read more
- এক’নাইট নেপেলাচ(Aconitum Napellus):সাধাৰণ লক্ষণ আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰby Naivedyanandan Sponowalএক’নাইট নেপেলাচৰ সাধাৰণ লক্ষণ জ্বৰ আৰু প্ৰদাহত এক’নাইট সাধাৰণ পানীলগাত এক’নাইট শুকান ক্ৰুপ কাহত এক’নাইটৰ ব্যৱহাৰ হঠাৎ ভয় খোৱাৰ ফলত সৃষ্টি হোৱা উদ্বেগৰ চিকিৎসাত হঠাৎ সৃষ্টি হোৱা উচ্চ ৰক্তচাপ আৰু বুকুৰ ধপধপনি মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ চিকিৎসাত এক’নাইট নতুন বাত বিষৰ চিকিৎসাত এক’নাইট হঠাৎ পেট খামুচি ধৰা,বমিৰ চিকিৎসাত এক’নাইট হঠাতে হোৱা কাণৰ বিষৰ চিকিৎসাত এক’নাইট … Read more
- আৰ্ণিকা মন্টানা (Arnica Montana): প্ৰাকৃতিক নিৰাময় শক্তিৰ এক সম্পূৰ্ণ গাইডby Naivedyanandan SponowalThere may be affiliate links in this post. For more details, please see our Affiliate Disclosure. সাধাৰণতে আৰ্নিকা মণ্ট নামেৰে জনাজাত আৰ্নিকা মন্টানা হোমিওপেথীৰ এক অন্যতম বহুলভাৱে ব্যৱহৃত আৰু গুৰুত্বপূৰ্ণ ঔষধ সমূহৰ এবিধ । আৰ্নিকা নামৰ উদ্ভিদৰ ফুলৰ পৰা আহৰণ কৰা এই উদ্ভিদৰ নিৰাময় আৰু আৰোগ্যকৰ গুণৰ বাবে ইয়াৰ ব্যৱহাৰৰ ইতিহাস বহু পুৰণি … Read more
- সৰ্বাধিক ব্যৱহৃত হোৱা দহটা হোমিওপেথিক ঔষধ: লক্ষণ আৰু ব্যৱহাৰby Naivedyanandan SponowalYou may find affiliate links in this post. For more details, please visit Affiliate Disclosure. হোমিওপেথী হৈছে চিকিৎসাৰ এনে এক প্ৰাকৃতিক ব্যৱস্থা যিয়ে ব্যক্তিৰ অনন্য লক্ষণক গুৰুত্ব প্ৰদান কৰি ৰোগৰ চিকিৎসা কৰে। হোমিওপেথিক ঔষধে কেৱল লক্ষণসমূহ দমন কৰাতে ক্ষান্ত নেথাকে, শৰীৰৰ প্ৰাকৃতিক নিৰাময় প্ৰতিক্ৰিয়াটোক ই উদ্দীপিত কৰি তোলে। এই লিখনিত আটাইতকৈ বেছি আৰু … Read more
- সঘনাই ব্যৱহাৰ হোৱা কেইটামান অতি প্ৰয়োজনীয় হোমিওপেথিক ঔষধby Naivedyanandan SponowalDisclosure Before clicking affiliate links please see my Affiliate Disclosure. হোমিওপেখিত চিকিৎসা ব্যৱস্থাত যি সমূহ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ সীমা-সংখ্যা সঠিককৈ কোৱা টান কাৰণ নতুন নতুন ঔধষৰ পৰীক্ষা আৰু আৱিষ্কাৰ হৈয়ে আছে । তথাপিও হোমিওপেথিক চিকিৎসাত কেইবিধমান ঔষধৰ ব্যৱহাৰ অতি সঘনাই হোৱা দেখা যায় । এই কেইবিধ ঔষধৰ বিষয়ে কিছু জ্ঞান আয়ত্ব কৰি ৰাখিলে … Read more
- জ্বৰত নাক্স ভমিকাৰ ব্য়ৱহাৰ ( Nux Vomica )by Naivedyanandan Sponowalজ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে নাক্স ভমিকা (Nux Vomica) জ্বৰত নাক্স ভমিকা ( Nux Vomica) ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ সকলো সময়তে জাৰ লাগি থাকে । ঘামিলেও জাৰ নুগুছে । সকলো সময়তে কাপোৰ লৈ থাকিব লগা হয় । নাক্স ভমিকাৰ আন এটা লক্ষণ হ’ল ঘনাই শৌচ বা প্ৰস্ৰাৱ কৰিব লাগে । শৌচ বা … Read more
Relieve Stress, Tension, Worry, Nervousness, & Irritability | Calm The Mind & Body | Ayurvedic | Natural Relief Supplement
Buy on Amazon
Product may not be deliverable in India