আপুনি জানি আচৰিত হ’ব ভঙা হাড়ও হোমিওপেথিক ঔষধে জোৰা লগাব পাৰে
আঘাত,মুচুকা খোৱাত হোমিওপেথিক চিকিৎসা আঘাত আদিত ব্যৱহাৰ হোৱা কেইটামান বিশেষ হোমিওপেথিক ঔষধ তলত আলোচনা কৰা হৈছে । Check Prices on Amazon Arnica Mont-( আৰ্ণিকা মণ্ট ) সকলো ধৰণৰ আঘাতত প্ৰথমেই মনলৈ অহা হোমিওপেথিক ঔষধটো হৈছে আৰ্ণিকা মণ্ট ( Arnica-Mont) । সকলো ধৰণৰ আঘাতত বিশেষকৈ থেতেলা খোৱা,খুন্দা খোৱা আদিত এই ঔষধ ব্যৱহাৰ কৰিব লাগে । আঘাত … Read more