পাইলছ : কাৰণ আৰু হোমিওপেথিক চিকিৎসা
পাতনি পাইলছ, যাক অৰ্শ বুলিও কোৱা হয়, হৈছে তলৰ মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ফুলি উঠা ৰক্তবাহী নলী। বহু লোকে এই ৰোগথ ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই ৰোগত মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠাৰ বাবে মলত্যাগ কৰাৰ সময়ত অস্বস্তি, বিষ, … Read more