নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ
নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল Kidney Stone Dissolver Ayurvedic Health Supplement.Click To Buy নেৰানেপেৰা জ্বৰ– Continued Fever অৰ্থাৎ নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ … Read more