চকুৰ ৰোগ আৰু হোমিও চিকিৎসা

চকুৰ ৰোগ আৰু হোমিও চিকিৎসা

চকু আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ দান । চকুৰ অবিহনে জীৱন অন্ধকাৰ । চকুৰ হ’ব পৰা বিভিন্ন ৰোগ সমূহৰ বিষয়ে জানিলে চকুৰ বিভিন্ন ৰোগ যেনে- কেটেৰেক্ট বা ছানি পৰা,কনজাঙ্কট্ভাইটিচ, চকু শুকাই যোৱা, ধোঁৱলি-কুঁৱলি দেখা, চকুৰ বিষ,মূৰ ঘুৰোৱা আদিৰ পৰা ৰক্ষা পাব পাৰি । হোমিওপেথিক চিকিৎসাত এই ৰোগ সমূহৰ ফলপ্ৰসূ চিকিৎসা ব্যৱস্থা আছে ।

চকুৰ বিভিন্ন ৰোগ সমূহ আৰু ইয়াৰ হোমিওপেথিক চিকিৎসাৰ বিষয়ে জানিবলৈ পঢ়ক–

  1. কেটেৰেক্ট বা চকুত ছানি পৰা
  2. চকুৰ সংবেদনশীলতা আৰু বতাহত চকু মেলাৰ অসুবিধা
  3. কনজাঙ্কট্ভাইটিচ
A picture of a bottle of Dabur Himalayan Shilajit/Shilajeet Gold Resin with the cover packet
100% Ayurvedic
Dabur Himalayan Shilajit/Shilajeet Gold Resin – 20g | Contains 24 Karat Gold | 7 Ayurvedic Boosters | Boosts Muscle Growth & Stamina
Click To Buy on Amazon
  • কেটেৰেক্ট(Cataract) বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা
    কেটেৰেক্ট(Cataract) বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা চকুৰ ৰোগ সমূহৰ ভিতৰত কেটেৰেক্ট এবিধ সঘনাই দেখিবলৈ পোৱা ৰোগ । কেটেৰেক্ট(Cataract) চকুৰ এনে এক অৱস্থা যি অৱস্থাত চকুৰ মণি আৰু লেঞ্চত পানী জন্মে আৰু ক্ৰমান্বয়ে বগা হৈ আহে । পানী বৰফ হৈ যিদৰে অস্বচ্ছ হৈ পৰে ই ঠিক তেনে এক ধৰণৰ অৱস্থা। … Read more
  • বতাহত চকু মেলাৰ অসুবিধা,মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ হোমিওপেথিক চিকিৎসা
        This post contains affiliate links. For more details, please visit our Affiliate Disclosure. বতাহত চকু মেলিবলৈ অসুবিধা, চকুৰ ভিতৰত বিষ, মূৰ ঘূৰোৱা, অনবৰতে মূৰৰ বিষ অনুভৱ কৰেনে কি ? এই লক্ষণ সমূহ হতাশাজনক হ’ব পাৰে বিশেষকৈ যদি ই আপোনাৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে । এই অস্বস্তিসমূহ দূৰ কৰিবলৈ হোমিওপেথিত লক্ষণসমূহৰ মূল কাৰণ … Read more
  • ভয় নেখাব কনজাঙ্কটিভাইটিচ(Conjunctivitis) হোমিও চিকিৎসাত সহজে আৰোগ্য় হয়
    এই ৰোগ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমে চকুৰ বগা অংশ ৰঙা পৰে বা গোলপীয়া ৰং হয় ।চকু কুটকুটায়, খজুৱায়,জ্বলা-পোৰা কৰে । চকুত বিষ হয় বা চকু ফুলি উঠে । ইয়াৰোপৰি চকুৰ পৰা ধাৰাসাৰে পানী ওলায় ।ৰোগ যদি পুৰণি হয় তেন্তে চকুৰ পৰা পুঁজ ওলায় । চকুৰ পাতত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে । চকুৱে বেলিৰ পোহৰ বা চাকিৰ পোহৰ সহ্য কৰিব নোৱাৰে ।