স্ত্ৰী-ৰোগ(Female Disease) ৰ হোমিওপেথিক চিকিৎসা

স্ত্ৰী-ৰোগ(Female Disease)ৰ চিকিৎসাত হোমিওপেথি বিশেষভাবে ফলপ্ৰসূ । প্ৰতিগৰাকী মহিলাই জীৱনৰ বিভিন্ন পৰ্যায়ত — কিশোৰ বয়স আৰু ঋতুস্ৰাৱৰ পৰা আৰম্ভ কৰি গৰ্ভাৱস্থা, মাতৃত্ব, আৰু ৰজোনিবৃত্তিলৈকে স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। অনিয়মিত মাহেকীয়া, প্ৰস্ৰাৱৰ সমস্যা, বন্ধ্যাত্ব, ৰজোনিবৃত্তিৰ অস্বস্তিৰ দৰে সমস্যা সাধাৰণ যদিও স্বাস্থ্য আৰু আত্মবিশ্বাস দুয়োটাতে প্ৰভাৱ পেলাব পাৰে। এই অৱস্থাসমূহৰ পৰা উদ্ধাৰ পোৱাত আৰু শৰীৰক স্বাভাৱিকভাৱে সুস্থ হোৱাত হোমিঅ’পেথীয়ে সহায় কৰে । এই পৃষ্ঠাত আপুনি মহিলাৰ সাধাৰণ স্বাস্থ্যজনিত সমস্যা আৰু আৰোগ্য আৰু হোমিঅ’পেথিক প্ৰতিকাৰৰ বিষয়ে উপযোগী তথ্য পাব।

স্ত্ৰী-ৰোগ সমূহ