স্নায়ুতন্ত্ৰ হৈছে শৰীৰৰ নিয়ন্ত্ৰণ কেন্দ্ৰ, যিয়ে গতি আৰু সংবেদনৰ পৰা আৰম্ভ কৰি স্মৃতিশক্তি আৰু চিন্তালৈকে সকলোকে নিয়ন্ত্ৰণ কৰে। স্নায়ুতন্ত্ৰৰ ৰোগ বা বিকাৰে দৈনন্দিন জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে। স্নায়ুতন্ত্ৰৰ ৰোগৰ ভিতৰত মগজু, মেৰুদণ্ড, স্নায়ু আদিক প্ৰভাৱিত কৰা অৱস্থা, যাৰ ফলত মূৰৰ বিষ, আক্ৰমণ, পক্ষাঘাত বা স্মৃতিশক্তি হেৰুৱা আদি সমস্যাৰ সৃষ্টি হয়। এই অৱস্থাসমূহ বুজি পোৱাটোৱেই হৈছে সঠিক যত্ন, আগতীয়া চিকিৎসা আৰু সুস্থ জীৱনৰ দিশত প্ৰথম পদক্ষেপ।
- জঠৰ ৰোগ ( Paralysis): কাৰণ আৰু লক্ষণ সমূহজঠৰ ৰোগ ( Paralysis) জঠৰ ৰোগ বা পেৰেলাইসিস হৈছে এনে এটা অৱস্থা, য’ত শৰীৰৰ কোনো অংশৰ হঠাৎ অনুভূতি হেৰাই যায় আৰু লৰ-চৰ কৰাৰ ক্ষমতা নোহোৱা … Read more
- সায়েটিকা ( SCIATICA )সায়াটিকা স্নায়ু (Sciatica Nerve) হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘল স্নায়ু। এই স্নায়ুডাল কঁকালৰ তলফালৰ ৰাজহাড় (lumbar spine)ৰ পৰা আৰম্ভ কৰি নিতম্ব, নিতম্বৰ চাৰিওফালে আৰু ভৰিৰ তললৈকে যোৱা এক প্ৰধান স্নায়ু পথ। এই স্নায়ুৰ যিকোনো সমস্যাই বা চাপৰ ফলত সায়াটিকা নামৰ এক বেদনাদায়ক অৱস্থা সৃষ্টি কৰিব পাৰে।
- এনচেফলাইটিছ : ইয়াৰ বিভিন্ন অৱস্থা সমূহৰ অনুধাৱন আৰু হোমিওপেথীৰে সহযোগী চিকিৎসাএনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ … Read more