ৰোগৰ লক্ষণ

দেহৰ সুযমভাবে চলি থকা প্ৰক্ৰিয়াসমূহত যেতিয়া কোনো বিঘিনি ঘটে, তেতিয়া জ্বৰ, বিষ, বমি, মূৰ ঘূৰণি বা মূৰৰ বিষ আদি কিছু অসুবিধা দেখা দিয়ে। এইবোৰক ৰোগৰ লক্ষণ বুলি কোৱা হয় । লক্ষণবোৰ হৈছে দেহত হোৱা কোনো বিঘিনিৰ সংকেত বা সতৰ্ক বাৰ্তা। সেয়েহে, এই সংকেতবোৰক উপেক্ষা কৰা উচিত নহয়। লক্ষণবোৰক গুৰুত্ব দি সময়মতে চিকিৎসা গ্ৰহণ কৰিলে ৰোগৰ পৰা উপশম লাভ কৰিব পৰা যায়।

  1. ডাৱৰীযা বতৰত উৎপত্তি হোৱা ৰোগ
  2. বতৰ অনুপাতে বৃদ্ধি হোৱা ৰোগ
  3. সময় অনুপাতে ৰোগ বৃদ্ধি
  4. বতাহত চকু মেলাত অসুবিধা
A picture of a bottle of SBL Alfalfa Malt with the cover packet
SBL Alfalfa Malt – Complete Family Tonic, 450gm | HEALTHOFY
Click To Buy on Amazon