গৰল ৰোগ(Goiter) ৰোগ : লক্ষণ আৰু চিকিৎসা

An image of a woman with goiter

গৰল( Goiter) ৰোগ কি ? গৰল ৰোগ হৈছে থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি এই গ্লেণ্ড ফুলি যোৱা এক অৱস্থা । এই ৰোগত ডিঙিৰ তলত কামিহাড়ৰ ওপৰ ফালে বা দুই ফালে ফুলে । আকাৰত ই বগৰী এটাৰ পৰা বেল একোটাৰ সমান হয় বা তাতকৈ ডাঙৰ হয় । গুৰুত্বপূৰ্ণ কথাটো হৈছে পৃথিৱীৰ ভিতৰত অসমত এই ৰোগ সৰ্বাধিক হোৱা … Read more

ল্যাৰিণজাইটিছ(laryngitis)

ল্যাৰিণজাইটিছ(laryngitis)ৰ হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ ঘটিটোক লেৰিংছ বোলে । এই ঘটিটোৰ ৰোগ হ’লে তাক ল্যাৰিণজাইটিছ(laryngitis) বোলে । ল্যাৰিণজাইটিছ(laryngitis)ৰ কাৰণ : এই ৰোগ সাধাৰণতে ঠাণ্ডা লগা, জোৰেৰে চিঞৰা বা কথা কোৱা, গান গোৱা, বক্তৃতা দিয়া, ঘনাই পানী লগা, টিবি,সিফিলিছ আৰু বীৰ্য্যৰ দোষ আদিৰ পৰা উৎপত্তি হয় । চিকিৎসা হোমিওপেথিক পদ্ধতিত লেৰিণজাইটিছ(laryngitis)ৰ চিকিৎসাত লক্ষণ অনুসাৰি কেইবাবিধো ঔষধ … Read more

গান গোৱা বা বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভঙা ফ্যাৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে

গান গোৱাৰ বা বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভঙা ফ্যাৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে ফ্যাৰিংজাইটিজৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফ্যাৰিংস বোলা হয় । এই ফ্যাৰিংসৰ ৰোগ হ’লে তাক ফ্যাৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি … Read more

বসন্ত কালত হোৱা মাম্পচ(Mumps) বা পিঠাখোৱা ৰোগৰ পৰা কিদৰে ৰক্ষা পাব ?

মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ আৰু ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ । ই প্ৰধানকৈ লালটি গ্ৰন্থিক আক্ৰমণ কৰে আৰু বিশেষকৈ কৰ্ণমূল গ্ৰন্থী। (Mumps is a viral infection that primarily affects the salivary glands, particularly the parotid glands, which are located near the ears. It can cause swelling, pain, … Read more