কেটেৰেক্ট(Cataract) বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

কেটেৰেক্ট(Cataract) বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা চকুৰ ৰোগ সমূহৰ ভিতৰত কেটেৰেক্ট এবিধ সঘনাই দেখিবলৈ পোৱা ৰোগ । কেটেৰেক্ট(Cataract) চকুৰ এনে এক অৱস্থা যি অৱস্থাত চকুৰ মণি আৰু লেঞ্চত পানী জন্মে আৰু ক্ৰমান্বয়ে বগা হৈ আহে । পানী বৰফ হৈ যিদৰে অস্বচ্ছ হৈ পৰে ই ঠিক তেনে এক ধৰণৰ অৱস্থা। … Read more

বতাহত চকু মেলাৰ অসুবিধা,মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ হোমিওপেথিক চিকিৎসা

    This post contains affiliate links. For more details, please visit our Affiliate Disclosure. বতাহত চকু মেলিবলৈ অসুবিধা, চকুৰ ভিতৰত বিষ, মূৰ ঘূৰোৱা, অনবৰতে মূৰৰ বিষ অনুভৱ কৰেনে কি ? এই লক্ষণ সমূহ হতাশাজনক হ’ব পাৰে বিশেষকৈ যদি ই আপোনাৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে । এই অস্বস্তিসমূহ দূৰ কৰিবলৈ হোমিওপেথিত লক্ষণসমূহৰ মূল কাৰণ … Read more

ভয় নেখাব কনজাঙ্কটিভাইটিচ(Conjunctivitis) হোমিও চিকিৎসাত সহজে আৰোগ্য় হয়

এই ৰোগ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমে চকুৰ বগা অংশ ৰঙা পৰে বা গোলপীয়া ৰং হয় ।

চকু কুটকুটায়, খজুৱায়,জ্বলা-পোৰা কৰে । চকুত বিষ হয় বা চকু ফুলি উঠে । ইয়াৰোপৰি চকুৰ পৰা ধাৰাসাৰে পানী ওলায় ।

ৰোগ যদি পুৰণি হয় তেন্তে চকুৰ পৰা পুঁজ ওলায় । চকুৰ পাতত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে । চকুৱে বেলিৰ পোহৰ বা চাকিৰ পোহৰ সহ্য কৰিব নোৱাৰে ।