জঠৰ ৰোগ ( Paralysis): কাৰণ আৰু লক্ষণ সমূহ

জঠৰ ৰোগ ( Paralysis) জঠৰ ৰোগ বা পেৰেলাইসিস হৈছে এনে এটা অৱস্থা, য’ত শৰীৰৰ কোনো অংশৰ হঠাৎ অনুভূতি হেৰাই যায় আৰু লৰ-চৰ কৰাৰ ক্ষমতা নোহোৱা হৈ যায় । সাধাৰণতে স্নায়ুতন্ত্রৰ আঘাত, মগজুৰ ষ্ট্ৰ’ক, বা কেতবোৰ ৰোগৰ ফলত-(যেনে ব্লাড প্ৰেচাৰ আদি) জঠৰ ৰোগ হ’ব পাৰে। এই সমস্যাই মানুহৰ দৈনন্দিন জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰে। জঠৰ ৰোগৰ প্ৰকাৰ … Read more

সায়েটিকা( SCIATICA ) বিষ আৰু ইয়াৰ চিকিৎসা

An image of sciatica nerve

সায়াটিকা স্নায়ু (Sciatica Nerve) হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘল স্নায়ু। এই স্নায়ুডাল কঁকালৰ তলফালৰ ৰাজহাড় (lumbar spine)ৰ পৰা আৰম্ভ কৰি নিতম্ব, নিতম্বৰ চাৰিওফালে আৰু ভৰিৰ তললৈকে যোৱা এক প্ৰধান স্নায়ু পথ। এই স্নায়ুৰ যিকোনো সমস্যাই বা চাপৰ ফলত সায়াটিকা নামৰ এক বেদনাদায়ক অৱস্থা সৃষ্টি কৰিব পাৰে।

এনচেফলাইটিছ : ইয়াৰ বিভিন্ন অৱস্থা সমূহৰ অনুধাৱন আৰু হোমিওপেথীৰে সহযোগী চিকিৎসা

এনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ ফলত মগজুৰ কোষবোৰ ফুলি উঠে। ফলত মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব পাৰে । তৎকালীনভাৱে আৰু উপযুক্তভাৱে সমাধান নকৰিলে স্থায়ী ক্ষতি হ’ব পাৰে। এনকেফেলাইটিছক দুটা মূল ভাগত ভাগ কৰিব পাৰি … Read more