সায়েটিকা( SCIATICA ) বিষ আৰু ইয়াৰ চিকিৎসা

An image of sciatica nerve

সায়াটিকা স্নায়ু (Sciatica Nerve) হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘল স্নায়ু। এই স্নায়ুডাল কঁকালৰ তলফালৰ ৰাজহাড় (lumbar spine)ৰ পৰা আৰম্ভ কৰি নিতম্ব, নিতম্বৰ চাৰিওফালে আৰু ভৰিৰ তললৈকে যোৱা এক প্ৰধান স্নায়ু পথ। এই স্নায়ুৰ যিকোনো সমস্যাই বা চাপৰ ফলত সায়াটিকা নামৰ এক বেদনাদায়ক অৱস্থা সৃষ্টি কৰিব পাৰে।

ডাৱৰীয়া বতৰত উৎপত্তি হোৱা বা বৃদ্ধি হোৱা বাত ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধ

বতৰ অনুপাতে কিছু ৰোগ উৎপত্তি হোৱা দেখা যায় । সেইদৰে ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি বা বৃদ্ধি হয় তাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে । নেট্ৰাম সাল্ফ (Natrum Sulph): জেকা বা সেমেকা মাটিত বাস কৰাৰ ফলত বা ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি হয়,তেন্তে এই ঔষধ ব্যৱহাৰ … Read more

হোমিওপেথিক চিকিৎসাৰে ঋতুস্ৰাৱ পৰিমাণত অধিক হোৱাৰ পৰা আৰোগ্য হওক

A female holding her stomach in pain

ঋতুস্ৰাৱ পৰিমাণত অধিক হোৱাৰ হোমিওপেথিক চিকিৎসা কিছু মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ স্বাভাৱিক পৰিমাণতকৈ অধিক হয় । বহুতে হয়তো ইয়াক সাধাৰণ ঘটনা বুলি আওকাণ কৰে । আচলতে ই এক ৰোগ । এনে লক্ষণ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী । কাৰণ ই আন কোনো জটিল ৰোগৰ পূৰ্বাভাসও হ’ব পাৰে । হোমিওপেথিকত ঋতুস্ৰাৱ পৰিমাণত বেছি হোৱাৰ অতি ফলপ্ৰসূ … Read more

কেটেৰেক্ট(Cataract) বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

কেটেৰেক্ট(Cataract) বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা চকুৰ ৰোগ সমূহৰ ভিতৰত কেটেৰেক্ট এবিধ সঘনাই দেখিবলৈ পোৱা ৰোগ । কেটেৰেক্ট(Cataract) চকুৰ এনে এক অৱস্থা যি অৱস্থাত চকুৰ মণি আৰু লেঞ্চত পানী জন্মে আৰু ক্ৰমান্বয়ে বগা হৈ আহে । পানী বৰফ হৈ যিদৰে অস্বচ্ছ হৈ পৰে ই ঠিক তেনে এক ধৰণৰ অৱস্থা। … Read more

হোমিওপেথিক চিকিৎসাৰে মূত্ৰ-পাথৰি ৰোগ(Kidney stone)ৰ পৰা কিদৰে আৰোগ্য হ’ব পাৰি ?

মূত্ৰ-পাথৰি ৰোগ(Kidney stone) এই ৰোগত কিডনি(Kidney) আৰু ব্লাডাৰত(Bladder)ত পাথৰ সৃষ্টি হয় । এই পাথৰবোৰ বিভিন্ন আকাৰৰ হ’ব পাৰে । সৰু সৰু বালি কণিকাৰ পৰা সৰু আলু এটাৰ সমান আকাৰলৈ ই বৃদ্ধি হ’ব পাৰে । এই ৰোগৰ লক্ষণ হ’ল কোনো গধুৰ বস্তু দাঙোতে বা কঢ়িৱাওঁতে,কোৰ-কোঠাৰ আদি মাৰোঁতে বা তেনে ধৰণৰ কঠিন কাম কৰোঁতে হঠাৎ কঁকালত বিষ … Read more

কৰ্মস্থলীত পোৱা আঘাতৰ হোমিও চিকিৎসা

আঘাত হোমিওপেথিকত আঘাতৰ ফলপ্ৰসূ চিকিৎসা আছে । আঘাতৰ চিকিৎসাlত ব্যৱহাৰ হোৱা কেইবিধমান ঔষধৰ বিষয়ে তলত আলোচনা কৰা হৈছে । আৰ্ণিকা মণ্ট(Arnica Mont): সকলো ধৰণৰ আঘাতত বিশেষকৈ থেতেলা খোৱা,খুন্দা খোৱা আঘাতত এই ঔষধ ব্যৱহাৰ কৰা হয় । আঘাত লগাৰ পাছত যিকোনো উপসৰ্গ সৃষ্টি হ’লে যেনে-অজ্ঞান হোৱা,অজ্ঞান অৱস্থাত শৌচ-প্ৰস্ৰাৱ কৰা আদিত প্ৰথমে আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে … Read more