কেচুঁমূৰীয়া বা অৰ্শ ৰোগ(Piles) : কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

পাতনি অৰ্শ ৰোগ স্বাধীন ৰোগ নহয় । শৰীৰৰ আন ভিতৰুৱা ৰোগৰ পৰা অৰ্শ ৰোগ সৃষ্টি হয় । ই হৈছে মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ৰক্তবাহী নলী ফুলি উঠা এক অৱস্থা। বহু লোকে এই ৰোগত ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই … Read more

হোমিওপেথিক চিকিৎসাৰে ব্ৰংকাইটিছৰ পৰা মুক্ত হওক

পৰিচয় ব্ৰংকাইটিছ (Bronchitis) হৈছে এক সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ৰোগ যি ৰোগত বিশ্বৰ লাখ লাখ লোক আক্ৰান্ত হয়। ইয়াৰ বৈশিষ্ট্য হ’ল হাওঁফাওঁলৈ বায়ু কঢ়িয়াই অনা বায়ুপথ ব্ৰংকিয়েল টিউবৰ প্ৰদাহ । এই লেখাত ব্ৰংকাইটিছৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক পদ্ধতিত ইয়াৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰা হৈছে। ব্ৰংকাইটিছৰ কাৰণ ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ব্ৰংকাইটিছ হ’ব পাৰে। তীব্ৰ ব্ৰংকাইটিছৰ আটাইতকৈ … Read more

ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ হোমিওপেথিক চিকিৎসা

লৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত হোমিওপেথিক চিকিৎসা অতি ফলপ্ৰসু অজীৰ্ণ ৰোগৰ লক্ষণ– অজীৰ্ণ ৰোগৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰি অহা হৈছে । বয়স্থ লোক বা সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ লক্ষণ একে আৰু ঔষধও প্ৰায় একেবোৰ ব্যৱহাৰ হয় । তলত কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল । Aethusa Cynapium( ইথুজা চাইনাপিয়াম )– এই ঔষধটো কেঁচুৱা ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত … Read more

আপুনি জানি আচৰিত হ’ব ভঙা হাড়ও হোমিওপেথিক ঔষধে জোৰা লগাব পাৰে

( সজাগতা সৃষ্টিৰ উদ্দেশ্য এই লেখনি লেখা হৈছে। ই কোনো প্ৰকাৰে ঔষধৰ পৰামৰ্শ নহয় । এই লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ ৱেবচাইটৰ ঘোষণা পঢ়ক-Site disclaimer) আঘাত,মুচুকা খোৱাত হোমিওপেথিক চিকিৎসা আঘাত আদিত ব্যৱহাৰ হোৱা কেইটামান বিশেষ হোমিওপেথিক ঔষধ তলত আলোচনা কৰা হৈছে । … Read more

হোমিওপেথিক চিকিৎসাত মাম্পচ(Mumps) বা পিঠাখোৱা ৰোগ অতি সহজে আৰোগ্য হয়

মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ আৰু ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ । ই প্ৰধানকৈ লালটি গ্ৰন্থিক আক্ৰমণ কৰে আৰু বিশেষকৈ কৰ্ণমূল গ্ৰন্থী। (Mumps is a viral infection that primarily affects the salivary glands, particularly the parotid glands, which are located near the ears. It can cause swelling, pain, … Read more