প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ হোমিও চিকিৎসা

প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে । প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে । Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল … Read more

সঘনাই ব্যৱহাৰ হোৱা কেইটামান অতি প্ৰয়োজনীয় হোমিওপেথিক ঔষধ

Disclosure Before clicking affiliate links please see my Affiliate Disclosure. হোমিওপেখিত চিকিৎসা ব্যৱস্থাত যি সমূহ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ সীমা-সংখ্যা সঠিককৈ কোৱা টান কাৰণ নতুন নতুন ঔধষৰ পৰীক্ষা আৰু আৱিষ্কাৰ হৈয়ে আছে । তথাপিও হোমিওপেথিক চিকিৎসাত কেইবিধমান ঔষধৰ ব্যৱহাৰ অতি সঘনাই হোৱা দেখা যায় । এই কেইবিধ ঔষধৰ বিষয়ে কিছু জ্ঞান আয়ত্ব কৰি ৰাখিলে … Read more

বাত ৰোগ( RHEUMATISM)ৰ হোমিওপেথিক চিকিৎসা

বাত ৰোগ হঠাৎ বাতৰোগ উৎপত্তি সন্ধি বিলাকত বেজিয়ে খোচাৰ দৰে বিষ বাত ৰোগ দুই প্ৰকাৰৰ নতুন সন্ধিবাত সন্ধিবাতত প্ৰথমে আঁঠু আক্ৰান্ত হয় । ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সন্ধি ফুলিবলৈ ধৰে । বিষ এটা সন্ধিৰ পৰা আন এটা সন্ধিলৈ পৰিচালিত হয় । বিষৰ কাৰণে হাত-ভৰি লৰাব নোৱাৰে । ইকাটি-সিকাটি হ’ব নোৱাৰে । ১০৪/ ১০৫ ডিগ্ৰীলৈকে জ্বৰ … Read more

কেচুঁমূৰীয়া বা অৰ্শ ৰোগ(Piles) : কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

পাতনি অৰ্শ ৰোগ স্বাধীন ৰোগ নহয় । শৰীৰৰ আন ভিতৰুৱা ৰোগৰ পৰা অৰ্শ ৰোগ সৃষ্টি হয় । ই হৈছে মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ৰক্তবাহী নলী ফুলি উঠা এক অৱস্থা। বহু লোকে এই ৰোগত ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই … Read more

হোমিওপেথিক চিকিৎসাৰে ব্ৰংকাইটিছৰ পৰা মুক্ত হওক

পৰিচয় ব্ৰংকাইটিছ (Bronchitis) হৈছে এক সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ৰোগ যি ৰোগত বিশ্বৰ লাখ লাখ লোক আক্ৰান্ত হয়। ইয়াৰ বৈশিষ্ট্য হ’ল হাওঁফাওঁলৈ বায়ু কঢ়িয়াই অনা বায়ুপথ ব্ৰংকিয়েল টিউবৰ প্ৰদাহ । এই লেখাত ব্ৰংকাইটিছৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক পদ্ধতিত ইয়াৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰা হৈছে। ব্ৰংকাইটিছৰ কাৰণ ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ব্ৰংকাইটিছ হ’ব পাৰে। তীব্ৰ ব্ৰংকাইটিছৰ আটাইতকৈ … Read more