কৰ্মস্থলীত পোৱা আঘাতৰ হোমিও চিকিৎসা

আঘাত হোমিওপেথিকত আঘাতৰ ফলপ্ৰসূ চিকিৎসা আছে । আঘাতৰ চিকিৎসাlত ব্যৱহাৰ হোৱা কেইবিধমান ঔষধৰ বিষয়ে তলত আলোচনা কৰা হৈছে । আৰ্ণিকা মণ্ট(Arnica Mont): সকলো ধৰণৰ আঘাতত বিশেষকৈ থেতেলা খোৱা,খুন্দা খোৱা আঘাতত এই ঔষধ ব্যৱহাৰ কৰা হয় । আঘাত লগাৰ পাছত যিকোনো উপসৰ্গ সৃষ্টি হ’লে যেনে-অজ্ঞান হোৱা,অজ্ঞান অৱস্থাত শৌচ-প্ৰস্ৰাৱ কৰা আদিত প্ৰথমে আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে … Read more