মুখত তিতা লগাৰ হোমিওপেথিক চিকিৎসা

There are affiliate links in this post. Please see my Affiliate Disclosure. পুৱা শুই উঠাৰ পিছত মুখত তিতা সোৱাদ অস্বস্তিকৰ অনুভৱ । প্ৰায় লোকৰ এনে সোৱাদৰ অভিজ্ঞতাৰ কথা শুনা যায় । ই কোনো ৰোগৰ এক লক্ষণ । এনে তিতা সোৱাদে প্ৰায়ে বদহজম, যকৃতৰ সমস্যা বা দাঁতৰ সমস্যাৰ দৰে অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিয়ে । হোমিওপেথীক … Read more