হোমিও ঔষধেৰে পেট কামুৰণিৰ চিকিৎসা
এই ঔষধৰ লক্ষণ হৈছে– পেট কামোৰণিৰ বাবে ল’ৰা-ছোৱালীবোৰে সকলো সময়তে পেনপেনাই আমনি কৰি থাকে । কোলাত উঠি ফুৰিবলৈ বিচাৰে । সকলো সময়তে খং ভাব দেখুৱায় ।