পুৰণি সন্ধিবাত বেমাৰত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ

যদি নতুন অৱস্থাতে চিকিৎসা কৰা নহয় তেন্তে নতুন বাতৰোগ পুৰণি ৰূপ ধাৰণ কৰে ।কিছুমান গৌণ কাৰণতো পুৰণি বাতৰোগ পুনৰ দেখা দিয়ে । নতুন বাত ৰোগত ব্যৱহাৰ হোৱা ঔষধ যেনে Rhus Tox , Phytolacca, Bryonia Alba, Spigelia, Kalmia Lat, Kali Iod, Viscum Albam আদি লক্ষণ মিলিলে পুৰণি সন্ধিবাত বেমাৰতো ব্যৱহাৰ হয় । ডিঙিৰ মাংশ পেশী আৰু … Read more