হোমিওপেথিক চিকিৎসাৰে ঋতুস্ৰাৱ পৰিমাণত অধিক হোৱাৰ পৰা আৰোগ্য হওক
কিছু মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ স্বাভাৱিক পৰিমাণতকৈ অধিক হয় । বহুতে হয়তো ইয়াক সাধাৰণ ঘটনা বুলি আওকাণ কৰে । আচলতে ই এক ৰোগ । এনে লক্ষণ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী । কাৰণ ই আন কোনো জটিল ৰোগৰ পূৰ্বাভাসও হ’ব পাৰে । হোমিওপেথিকত ঋতুস্ৰাৱ পৰিমাণত বেছি হোৱাৰ অতি ফলপ্ৰসূ চিকিৎসা আছে । কিন্তু হোমিওপেথিকৰ বিষয়ে … Read more