সায়েটিকা ( SCIATICA )

A picture of sciatica nerve

সায়াটিকা স্নায়ু (Sciatica Nerve) হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘল স্নায়ু। এই স্নায়ুডাল কঁকালৰ তলফালৰ ৰাজহাড় (lumbar spine)ৰ পৰা আৰম্ভ কৰি নিতম্ব, নিতম্বৰ চাৰিওফালে আৰু ভৰিৰ তললৈকে যোৱা এক প্ৰধান স্নায়ু পথ। এই স্নায়ুৰ যিকোনো সমস্যাই বা চাপৰ ফলত সায়াটিকা নামৰ এক বেদনাদায়ক অৱস্থা সৃষ্টি কৰিব পাৰে।