আপুনি জানি আচৰিত হ’ব ভঙা হাড়ও হোমিওপেথিক ঔষধে জোৰা লগাব পাৰে
( সজাগতা সৃষ্টিৰ উদ্দেশ্য এই লেখনি লেখা হৈছে। ই কোনো প্ৰকাৰে ঔষধৰ পৰামৰ্শ নহয় । এই লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ ৱেবচাইটৰ ঘোষণা পঢ়ক-Site disclaimer) আঘাত,মুচুকা খোৱাত হোমিওপেথিক চিকিৎসা আঘাত আদিত ব্যৱহাৰ হোৱা কেইটামান বিশেষ হোমিওপেথিক ঔষধ তলত আলোচনা কৰা হৈছে । … Read more