গান গোৱাৰ বাবে বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভাঙে নেকি? ই ফেৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে
ফেৰিংজাইটিজৰ কাৰণ আৰু লক্ষণ ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফেৰিংস বোলা হয় । এই ফেৰিংসৰ ৰোগ হ’লে তাক ফেৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি কাৰণতো ফেৰিংজাইটিজ হ’ব পাৰে । ফেৰিংজাইটিজ নতুন হ’লে প্ৰথমে ডিঙিৰ ভিতৰৰ অংশ আৰু আলজিভা আদি … Read more