জ্বৰত ৰাস টক্সিকোডেণ্ড্ৰণ ( Rhus Toxicodendron )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা ঔষধ হৈছে ৰাস টক্সিকোডেণ্ড্ৰণ চমুকৈ ৰাস টক্স ( Rhus Tox ) নেৰানেপেৰা জ্বৰ ( Continued Fever ), পাল জ্বৰ ( Intermittent Fever ) আৰোগ্য় নহৈ যদি টাইফইড (Typhoid ) জ্বৰৰ লক্ষণ প্ৰকাশ পায় তেতিয়া ৰাস টক্স ব্য়ৱহাৰ কৰিব লাগে । টাইফইড জ্বৰৰ লক্ষণ হ’ল– জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা … Read more