বেলাড’নাৰ প্ৰধান লক্ষণ সমূহ আৰু বিভিন্ন ৰোগত ইয়াৰ ব্যৱহাৰ

হোমিওপেথিক চিকিৎসাত সততে ব্যৱহাৰ হোৱা এবিধ ঔষধ হৈছে বেলাড’না ।সকলো ৰোগতে প্ৰকাশ পোৱা ইয়াৰ প্ৰধান লক্ষণ সমূহ তলত আলোচনা কৰা হৈছে । ১.হঠাৎ উৎপত্তি হয়, নিয়মিত চলে আৰু হঠাৎ নোহোৱা হয় –যেনে বিষ-যন্ত্ৰণা আদি হঠাৎ তীব্ৰভাবে উপস্থিত হয় আৰু হঠাৎ নিবৃত হয় । চৰ্দি লাগিলে হঠাৎ অতি তীব্ৰ ৰূপ ধাৰণ কৰে আৰু হঠাৎ চৰ্দি নোহোৱা … Read more