মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা
মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ । ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ ।
(Mumps is a viral infection that primarily affects the salivary glands, particularly the parotid glands, which are located near the ears. It can cause swelling, pain, fever, and fatigue. Mumps is contagious and can be prevented through vaccination)
মাম্পচ(Mumps)ৰ লক্ষণ
এই ৰোগত প্ৰথমে কাণৰ কাষত গালৰ এফালে উখহে (swells up) । দুই এদিনৰ ভিতৰত গোটেই গালখন উখহে । কেতিয়াবা এখন গাল আৰু কেতিয়াবা দুইখন গাল উখহে । গাল উখহিলে সাধাৰণতে বিষ হয় । কিন্তু কেতিয়াবা বিষ নহ’বও পাৰে । এই ৰোগ কেতিয়াবা Epidemic ( সোঁচৰা ৰোগ ) ভাবে প্ৰকাশ পায় ।
এই ৰোগ হ’লে কিছুমান ৰোগীৰ জ্বৰ হয় কিছুমানৰ জ্বৰ নহয় ।
মাম্পচৰ চিকিৎসাত বেল্লাডোনা(Belladonna)ৰ ব্যৱহাৰ
প্ৰথম অৱস্থাত বেল্লাডোনা ব্যৱহাৰ কৰিলে এই ৰোগ এদিনতে আৰোগ্য হয় । ৰোগ আৰম্ভ হওঁতেই Belladonaৰ 200X শক্তিৰ এখোৰাক বা দুইখোৰাক খাবলৈ দিলে এই ৰোগ আৰোগ্য হয় । আন ঔষধৰ প্ৰয়োজন নহয় । আচলতে যিকোনো ভাইৰাচ জনিত ৰোগত বেল্লাডোনা(Belladona) অতি ফলপ্ৰসূ ঔষধ ।
Amazonত কিনিবৰ বাবে ক্লিক কৰক
মাম্পচৰ চিকিৎসাত বেৰিটা মিউৰ (Baryta Mur)ৰ ব্যৱহাৰ
ৰোগ যদি দুই এদিনৰ পুৰণি হয়, তেন্তে Baryta Mur 200X শক্তিৰ এক বা দুই এখোৰাক ব্যৱহাৰ কৰিব লাগে ।
বেৰিটা মিউৰ ব্যৱহাৰ কৰিও যদি ৰোগ আৰোগ্য নহয় তেন্তে Belladona ব্যৱহাৰ কৰিব লাগে ।
নতুন ৰোগত Belladona ব্যৱহাৰ কৰি যদি ৰোগ আগবাঢ়ি থাকে তেন্তে Baryta Mur ব্যৱহাৰ কৰিব লাগে ।
এই ৰোগত Lower Potencyৰ ঔষধ ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হওঁতে পলম হয় । সেয়ে 200X, 10 (M) বা C.M. শক্তিৰ ঔষধ ব্যৱহাৰ কৰিলে আধা ঘণ্টা মানৰ ভিতৰতে ৰোগ আৰোগ্য হয় ।
অসমৰ জনসমাজত এক বিশ্বাস প্ৰচলিত আছে যে গাল উখহা বা মাম্পচ ৰোগ হ’লে চাউলৰ পিঠা খুন্দি সেই পিঠা পানীত তিয়াই লৈ যিখন গাল উখহে সেই গালত প্ৰলেপ দি ৰখা হয় । সেয়ে এই ৰোগক পিঠাখোৱা ৰোগ বোলে ।
সাধাৰণতে পিঠাখোৱা বা মাম্পচ ৰোগ নিজেই আৰোগ্য হয় । কিন্তু কেতিয়াবা ই আৰোগ্য নহৈ বা ভুল চিকিৎসাৰ ফলত ই দেহৰ ভিতৰলৈ গতি কৰে । দেহৰ ভিতৰলৈ এই ৰোগ সোমাই যোৱাৰ ফলত দেহৰ আন অংগত ই বেলেগ লক্ষণেৰে দেখা দিয়ে । যেনে মাইকী মানুহৰ ক্ষেত্ৰত এই ৰোগ দেহৰ ভিতৰলৈ বহি গ’লে স্তন অৰ্থাৎ Breast আক্ৰান্ত হ’ব পাৰে । ফলত স্তন উখহে । মতা মানুহৰ ক্ষেত্ৰত এই ৰোগ দেহৰ ভিতৰলৈ বহি গ’লে ই অণ্ডকোষত আক্ৰমণ কৰে আৰু অণ্ডকোষ উখহে ।
সুচিকিৎসা নকৰিলে এই অৱস্থা অতি মাৰাত্মক হ’ব পাৰে । অণ্ডকোষ উখহাৰ ফলত ৰোগীৰ এই ৰোগত মৃত্যুও হ’ব পাৰে ।
উপসংসাৰ
যদিও হোমিওপেথিক ঔষধৰ কোনো পাৰ্শ্ব ক্ৰিয়া নাই,তথাপি অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিহে হোমিও ঔষধ খোৱা উচিত ।
এই লেখনিৰ দ্বাৰা মাত্ৰ সজাগতা সৃষ্টিৰহে চেষ্টা কৰা হৈছে । ই কোনো ঔষধৰ পৰামৰ্শ নহয় । আমাৰ লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ ৱেবচাইটৰ ঘোষণা পঢ়ক-Site disclaimer
Hi there to all, the contents present at this website are really amazing for people knowledge,
well, keep up the nice work fellows.
Thank you for your valuable comment and appreciation.
Hi there very nice blog!! Guy .. Beautiful ..
Superb .. I’ll bookmark your blog and take the feeds also? I am glad
to seek out a lot of useful information here within the post, we’d like develop extra strategies on this regard, thank you
for sharing. . . . . .
Having read this I thought it was rather enlightening.
I appreciate you spending some time and effort to put this information together.
I once again find myself spending a lot of time both reading and posting comments.
But so what, it was still worthwhile!
Usսally I do not learn post on blogs, however I wish to say that tһis write-up very
forced me to check out and do it! Your wгіting style has beren amazeⅾ me.
Thanks, quite great article.
Also visit my website :: Domino77
Appreciate the recommendation. Will try it out.
I just like the helpful information you supply in your articles.
I’ll bookmark your weblog and test again here regularly.
I’m relatively certain I will be informed a
lot of new stuff right here! Good luck for the next!
Thank you for your comment
Great post.
Thank you
Excellent pieces. Keep writing such kind of info on your
blog. Im really impressed by your site.
Hey there, You’ve performed a great job. I’ll definitely digg
it and for my part recommend to my friends. I am
confident they’ll be benefited from this website.
My page – https://www.cucumber7.com/
Thank you for your valuable comment