জ্বৰ

  • আদিতে চিকিৎসা নহ’লে হাম জ্বৰ বা সৰু আই ( Measles ) জটিল হ’ব পাৰে
    হামজ্বৰ আৰু ইয়াৰ লক্ষণ এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় । এই উদ্ভেদবোৰ ওলাবৰ সময়ত গোটেই শৰীৰত ভয়ংকৰ চিত চিতনি আৰু খজুৱতি হয় । শৰীৰত সৰু আই প্ৰকাশ হোৱাৰ ৩/৪ দিন আগৰে পৰা ইনফ্লুয়েঞ্জাৰ লক্ষণ সমূহ প্ৰকাশ পায় । চকু-মুখ ফোলা,হাঁচি,কাহ ,জ্বৰ আদি থাকিব পাৰে । জ্বৰৰ তাপ ১০১ … Read more
  • টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ (TYPHOID FEVER AND ITS SYMPTOMS)
    টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ সমূহ ( TYPHOID FEVER AND ITS SYMPTOMS ) তলত আলোচনা কৰা হৈছে । টাইফইড জ্বৰ প্ৰায়ে পাল জ্বৰ (Remittent Fever)ৰ পৰা উৎপত্তি হয় । কেতিয়াবাহে প্ৰথমৰে পৰা টাইফইডৰ লক্ষণ সমূহ লৈ এই জ্বৰ উৎপত্তি হয় । টাইফইড জ্বৰৰ লক্ষণ হ’ল- জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা ২ বা ১ ডিগ্ৰী … Read more
  • নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ
    নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ … Read more
  • জ্বৰত ৰাস টক্সিকোডেণ্ড্ৰণ ( Rhus Toxicodendron )ৰ ব্য়ৱহাৰ
    জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা ঔষধ হৈছে ৰাস টক্সিকোডেণ্ড্ৰণ চমুকৈ ৰাস টক্স ( Rhus Tox ) নেৰানেপেৰা জ্বৰ ( Continued Fever ), পাল জ্বৰ ( Intermittent Fever ) আৰোগ্য় নহৈ যদি টাইফইড (Typhoid ) জ্বৰৰ লক্ষণ প্ৰকাশ পায় তেতিয়া ৰাস টক্স ব্য়ৱহাৰ কৰিব লাগে । টাইফইড জ্বৰৰ লক্ষণ হ’ল– জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা … Read more
  • জ্বৰত আৰ্চেনিক এলবাম ( Arsenic Albam )ৰ ব্য়ৱহাৰ
    জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam ) এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত বৃদ্ধি হয় ( Temperature increases From 12 A.M to 2 A.M or 12 P.M. 2 P.M everyday ) । জ্বৰ যিমানেই বৃ্দ্ধি হয় ৰোগী সিমানেই অস্থিৰ … Read more
  • জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ
    জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ সৰু ল’ৰা- ছোৱালী বিলাকৰ জ্বৰত সাধাৰণতে এই ঔষধ ব্য়ৱহাৰ হয় । এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰটো ঘামে । সৰু ল’ৰা-ছোৱালীবোৰে সকলো সময়তে আমনি কৰি থাকে । খেলিবলৈ দিলে খেলা বস্তু দলিয়াই দিয়ে । পেন পেনাই থাকে । কেৱল কোলাত লৈ ফুৰিলে আনমি নকৰে । এনে লক্ষণ পালে নেৰানেপেৰা … Read more