ডিঙিৰ ৰোগ

  • গৰল ৰোগ ৰোগ : লক্ষণ আৰু চিকিৎসা
    গৰল( Goiter) ৰোগ কি ? গৰল ৰোগ হৈছে থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি এই গ্লেণ্ড ফুলি যোৱা এক অৱস্থা । এই ৰোগত ডিঙিৰ তলত কামিহাড়ৰ ওপৰ ফালে বা দুই ফালে ফুলে । আকাৰত ই বগৰী এটাৰ পৰা বেল একোটাৰ সমান হয় বা তাতকৈ ডাঙৰ হয় । গুৰুত্বপূৰ্ণ কথাটো হৈছে পৃথিৱীৰ ভিতৰত অসমত এই ৰোগ সৰ্বাধিক হোৱা … Read more
  • ল্যাৰিণজাইটিছ
    ল্যাৰিণজাইটিছৰ হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ ঘটিটোক লেৰিংছ বোলে । এই ঘটিটোৰ ৰোগ হ’লে তাক ল্যাৰিণজাইটিছ বোলে । ল্যাৰিণজাইটিছৰ কাৰণ : এই ৰোগ সাধাৰণতে ঠাণ্ডা লগা, জোৰেৰে চিঞৰা বা কথা কোৱা, গান গোৱা, বক্তৃতা দিয়া, ঘনাই পানী লগা, টিবি,সিফিলিছ আৰু বীৰ্য্যৰ দোষ আদিৰ পৰা উৎপত্তি হয় । চিকিৎসা হোমিওপেথিক পদ্ধতিত লেৰিণজাইটিছৰ চিকিৎসাত লক্ষণ অনুসাৰি কেইবাবিধো ঔষধ … Read more
  • গান গোৱাৰ বা বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভঙা ফ্যাৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে
    ফ্যাৰিংজাইটিজৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফ্যাৰিংস বোলা হয় । এই ফ্যাৰিংসৰ ৰোগ হ’লে তাক ফ্যাৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি কাৰণতো ফ্যাৰিংজাইটিজ হ’ব পাৰে । ফ্যাৰিংজাইটিজ নতুন হ’লে প্ৰথমে ডিঙিৰ ভিতৰৰ অংশ আৰু … Read more
  • বসন্ত কালত হোৱা মাম্পচ(Mumps) বা পিঠাখোৱা ৰোগৰ পৰা কিদৰে ৰক্ষা পাব ?
    মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ আৰু ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ । ই প্ৰধানকৈ লালটি গ্ৰন্থিক আক্ৰমণ কৰে আৰু বিশেষকৈ কৰ্ণমূল গ্ৰন্থী। (Mumps is a viral infection that primarily affects the salivary glands, particularly the parotid glands, which are located near the ears. It can cause swelling, pain, … Read more