চকুৰ ৰোগ

Disclosure

This page contains posts with affiliate links. For more details, please see our Affiliate Disclosure.

  • আপুনি জানে নে অপাৰেচন নকৰাকৈ কেটেৰেক্টৰ পৰা আৰোগ্য লাভ কৰিব পাৰি
    চকুৰ ৰোগ সমূহৰ ভিতৰত কেটেৰেক্ট এবিধ সঘনাই দেখিবলৈ পোৱা ৰোগ । কেটেৰেক্ট চকুৰ এনে এক অৱস্থা যি অৱস্থাত চকুৰ মণি আৰু লেঞ্চত পানী জন্মে আৰু ক্ৰমান্বয়ে বগা হৈ আহে । পানী বৰফ হৈ যিদৰে অস্বচ্ছ হৈ পৰে ই ঠিক তেনে এক ধৰণৰ অৱস্থা। চকুৰ মণি যিমানেই বগা হৈ আহে সিমানেই চকুৰ দৃষ্টি শক্তি কম হৈ আহে । কেটেৰেক্ট দুই প্ৰকাৰৰ … Read more
  • চকুৰ সংবেদনশীলতা,মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ হোমিওপেথিক চিকিৎসা
        This post contains affiliate links. For more details, please visit our Affiliate Disclosure. বতাহত চকু মেলিবলৈ অসুবিধা, চকুৰ ভিতৰত বিষ, মূৰ ঘূৰোৱা, অনবৰতে মূৰৰ বিষ অনুভৱ কৰেনে কি ? এই লক্ষণ সমূহ হতাশাজনক হ’ব পাৰে বিশেষকৈ যদি ই আপোনাৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে । এই অস্বস্তিসমূহ দূৰ কৰিবলৈ হোমিওপেথিত লক্ষণসমূহৰ মূল কাৰণ নিৰ্মূল কৰাকে ধৰি প্ৰাকৃতিক ফলপ্ৰসূ … Read more
  • ভয় নেখাব কনজাঙ্কটিভাইটিচ(Conjunctivitis) হোমিও চিকিৎসাত সহজে আৰোগ্য় হয়
    এই ৰোগ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমে চকুৰ বগা অংশ ৰঙা পৰে বা গোলপীয়া ৰং হয় ।চকু কুটকুটায়, খজুৱায়,জ্বলা-পোৰা কৰে । চকুত বিষ হয় বা চকু ফুলি উঠে । ইয়াৰোপৰি চকুৰ পৰা ধাৰাসাৰে পানী ওলায় ।ৰোগ যদি পুৰণি হয় তেন্তে চকুৰ পৰা পুঁজ ওলায় । চকুৰ পাতত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে । চকুৱে বেলিৰ পোহৰ বা চাকিৰ পোহৰ সহ্য কৰিব নোৱাৰে ।