জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam )
এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত বৃদ্ধি হয় ( Temperature increases From 12 A.M to 2 A.M or 12 P.M. 2 P.M everyday ) । জ্বৰ যিমানেই বৃ্দ্ধি হয় ৰোগী সিমানেই অস্থিৰ হয় ।
বমি বা শৌচ হ’লে খোৱাৰ লগে লগে হয় ।
পানী পিয়াহ থাকে । কিন্তু পানী খাবলৈ দিলে যিমান পিয়াহ থাকে সিমান পানী খাব নোৱাৰে । তেনেই সামান্য পৰিমাণৰ পানী খাব পাৰে ।
সকলো ধৰণৰ জ্বৰত আন ঔষধ বিলাক ব্য়ৱহাৰ কৰি যদি জ্বৰ নকমে তেন্তে আৰ্চেনিক এলবাম ( Arsenic Albam ) ২০০ (200X) ক্ষমতাৰ দিনে এবাৰকৈ তিনি দিন মান ব্য়ৱহাৰ কৰি চাব লাগে ।