সাধাৰণ চৰ্দি(Common Cold)ৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহ
পানী লগাৰ লগত যদি জ্বৰ থাকে তেন্তে Ferrum Phos ব্যৱহাৰ কৰিব লাগে ।
Common Cold (সৰ্দি-কাশি) – সৰ্দি, কাশি, নাক বন্ধ, জ্বৰ আদি লক্ষণৰ কাৰণ আৰু হোমিওপেথিক চিকিৎসা। Learn causes, symptoms & natural remedies.
পানী লগাৰ লগত যদি জ্বৰ থাকে তেন্তে Ferrum Phos ব্যৱহাৰ কৰিব লাগে ।
পানী লগা সাধাৰণতে বতৰ পৰিবৰ্ত্তন আৰু ঠাণ্ডা লগাৰ বাবে উৎপত্তি হয় ।
কিছুমান মানুহৰ বা ল’ৰা-ছোৱালীৰ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা লগাৰ লগত সম্বন্ধ নেথাকি প্ৰায়ে সঘনাই পানী লাগি থাকে । তেনে কিছু উদাহৰণ হ’ল–
এডিনাইট ,পলিপি আদি নাকৰ ৰোস্নায়ু দুৰ্বল হ’লে বা যৌন ব্যাধি থাকিলে প্ৰায়ে পানী লাগি থাকে ।