ইনফ্লুয়েঞ্জাৰ হোমিওপেথিক চিকিৎসা

ইনফ্লুয়েঞ্জাৰ হোমিওপেথিক চিকিৎসা হোমিওপেথিক চিকিৎসা পদ্ধতিত ইনফ্লুয়েঞ্জাৰ অতি ফলপ্ৰসূ নিৰাময় ব্যৱস্থা আছে । ইনফ্লুয়েঞ্জাৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে– জেলসিমিয়াম ( Gelsemium): জেলসিমিয়াম হৈছে ইনফ্লুয়েঞ্জাত ব্যৱহাৰ হোৱা এক প্ৰসিদ্ধ ঔষধ । এই ঔষধ ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰাৰ লগে লগে ব্যৱহাৰ কৰিব লাগে । এই ঔষধ ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হল … Read more

ইনফ্লুয়েঞ্জা কি ? লক্ষণ আৰু কাৰণ

ইনফ্লুয়েঞ্জা কি ? লক্ষণ আৰু কাৰণ Disclaimer: This post may contain affiliate links. If you make a purchase through them, I may earn a small commission at no extra cost to you. Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় । … Read more

আদিতে চিকিৎসা নহ’লে হাম জ্বৰ বা সৰু আই ( Measles ) জটিল হ’ব পাৰে

হামজ্বৰ আৰু ইয়াৰ লক্ষণ এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় । এই উদ্ভেদবোৰ ওলাবৰ সময়ত গোটেই শৰীৰত ভয়ংকৰ চিত চিতনি আৰু খজুৱতি হয় । শৰীৰত সৰু আই প্ৰকাশ হোৱাৰ ৩/৪ দিন আগৰে পৰা ইনফ্লুয়েঞ্জাৰ লক্ষণ সমূহ প্ৰকাশ পায় । চকু-মুখ ফোলা,হাঁচি,কাহ ,জ্বৰ আদি থাকিব পাৰে । জ্বৰৰ তাপ ১০১ … Read more

টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ | Typhoid Fever Symptoms & Causes

টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ | Typhoid Fever Symptoms & Causes টাইফইড জ্বৰ প্ৰায়ে পাল জ্বৰ (Remittent Fever)ৰ পৰা উৎপত্তি হয় । কেতিয়াবাহে প্ৰথমৰে পৰা টাইফইডৰ লক্ষণ সমূহ লৈ এই জ্বৰ উৎপত্তি হয় । টাইফইড জ্বৰৰ লক্ষণ হ’ল- জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা ২ বা ১ ডিগ্ৰী তাপ কমে । ৰাতি ২ বা ১ … Read more

নেৰানেপেৰা জ্বৰ(Continued Fever) আৰু পাল জ্বৰ( Remittent Fever ) কি? ইয়াৰ লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ(Remittent Fever)ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ ডিগ্ৰীৰ পৰা ১০৫ ডিগ্ৰীলৈকে … Read more

জ্বৰত আৰ্চেনিক এলবাম ( Arsenic Albam )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam ) এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত বৃদ্ধি হয় ( Temperature increases From 12 A.M to 2 A.M or 12 P.M. 2 P.M everyday ) । জ্বৰ যিমানেই বৃ্দ্ধি হয় ৰোগী সিমানেই অস্থিৰ … Read more