প্ৰস্ৰাৱ তন্ত্ৰৰ ৰোগ

  • হোমিওপেথিক চিকিৎসাৰে মূত্ৰ-পাথৰি ৰোগ(Kidney stone)ৰ পৰা কিদৰে আৰোগ্য হ’ব পাৰি ?
    মূত্ৰ-পাথৰি ৰোগ(Kidney stone) এই ৰোগত কিডনি(Kidney) আৰু ব্লাডাৰত(Bladder)ত পাথৰ সৃষ্টি হয় । এই পাথৰবোৰ বিভিন্ন আকাৰৰ হ’ব পাৰে । সৰু সৰু বালি কণিকাৰ পৰা সৰু আলু এটাৰ সমান আকাৰলৈ ই বৃদ্ধি হ’ব পাৰে । এই ৰোগৰ লক্ষণ হ’ল কোনো গধুৰ বস্তু দাঙোতে বা কঢ়িৱাওঁতে,কোৰ-কোঠাৰ আদি মাৰোঁতে বা তেনে ধৰণৰ কঠিন কাম কৰোঁতে হঠাৎ কঁকালত বিষ … Read more
  • প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ হোমিও চিকিৎসা
    প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে । প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে । Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল … Read more