বাতবিষ বা ৰিউমেটিজম

Disclosure Example

This page contains posts with affiliate links. For more details, please see our Affiliate Disclosure.

  • ডাৱৰীয়া বতৰত উৎপত্তি হোৱা বা বৃদ্ধি হোৱা বাত ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধ
    বতৰ অনুপাতে কিছু ৰোগ উৎপত্তি হোৱা দেখা যায় । সেইদৰে ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি বা বৃদ্ধি হয় তাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে । নেট্ৰাম সাল্ফ (Natrum Sulph): জেকা বা সেমেকা মাটিত বাস কৰাৰ ফলত বা ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি হয়,তেন্তে এই ঔষধ ব্যৱহাৰ কৰা হয় । এই ঔষধ … Read more
  • পুৰণি সন্ধিবাত বেমাৰৰ হোমিওপেথিক চিকিৎসা আৰু ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ
    যদি নতুন অৱস্থাতে চিকিৎসা কৰা নহয় তেন্তে নতুন বাতৰোগ পুৰণি ৰূপ ধাৰণ কৰে ।কিছুমান গৌণ কাৰণতো পুৰণি বাতৰোগ পুনৰ দেখা দিয়ে । নতুন বাত ৰোগত ব্যৱহাৰ হোৱা ঔষধ যেনে Rhus Tox , Phytolacca, Bryonia Alba, Spigelia, Kalmia Lat, Kali Iod, Viscum Albam আদি লক্ষণ মিলিলে পুৰণি সন্ধিবাত বেমাৰতো ব্যৱহাৰ হয় । ডিঙিৰ মাংশ পেশী আৰু সকলো ঠাইৰ মাংশপেশীৰ বাত বেমাৰৰ … Read more
  • বাত ৰোগ( RHEUMATISM)ৰ হোমিওপেথিক চিকিৎসা
    বাত ৰোগ হঠাৎ বাতৰোগ উৎপত্তি সন্ধি বিলাকত বেজিয়ে খোচাৰ দৰে বিষ বাত ৰোগ দুই প্ৰকাৰৰ নতুন সন্ধিবাত সন্ধিবাতত প্ৰথমে আঁঠু আক্ৰান্ত হয় । ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সন্ধি ফুলিবলৈ ধৰে । বিষ এটা সন্ধিৰ পৰা আন এটা সন্ধিলৈ পৰিচালিত হয় । বিষৰ কাৰণে হাত-ভৰি লৰাব নোৱাৰে । ইকাটি-সিকাটি হ’ব নোৱাৰে । ১০৪/ ১০৫ ডিগ্ৰীলৈকে জ্বৰ উঠে । মন কৰিব লগীয়া … Read more