This page contains posts with affiliate links. For more details, please see our Affiliate Disclosure.
- গান গোৱাৰ বাবে বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভাঙে নেকি? ই ফেৰিংজাইটিজৰ লক্ষণ হ’ব পাৰেby Naivedyanandan Sponowalফেৰিংজাইটিজৰ কাৰণ আৰু লক্ষণ ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফেৰিংস বোলা হয় । এই ফেৰিংসৰ ৰোগ হ’লে তাক ফেৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি কাৰণতো ফেৰিংজাইটিজ হ’ব পাৰে । ফেৰিংজাইটিজ নতুন হ’লে প্ৰথমে ডিঙিৰ ভিতৰৰ অংশ আৰু আলজিভা আদি ৰঙা পৰে। ৰোগীয়ে সকলো সময়তে … Read more
- জঠৰ ৰোগ ( Paralysis): কাৰণ আৰু লক্ষণ সমূহby Naivedyanandan Sponowalজঠৰ ৰোগৰ প্ৰকাৰ যিকোনো দুৰ্বলকৰ ৰোগৰ ফলত যেনে-(১) আঘাত (২) বিষাক্ত দ্ৰব্য ভক্ষণ (৩) মেৰুদণ্ডৰ কোনো ৰোগ (৪) ব্লাড প্ৰেচাৰ আদি ৰোগৰ ফলত স্নায়ুৰ কাৰ্যক্ষমতা অচল হ’লে জঠৰ ৰোগ হয় ।জঠৰ ৰোগ দুই প্ৰকাৰৰ ।১) সাধাৰণ জঠৰ ৰোগ ( General Paralysis)২) ঠাই বিশেষ জঠৰ ৰোগ ( Local Paralysis)জেনেৰেল পেৰালাইচিচৰ অন্তৰ্ভুক্ত জঠৰ ৰোগ সমূহ-১) প্যাৰাপ্লিজিয়া ২) মাইলাইটিছ ৩) হেমিপ্লিজিয়া ৪) ইনফ্যাণ্টাইল … Read more
- সায়েটিকা ( SCIATICA )by Naivedyanandan Sponowalসায়াটিকা স্নায়ু (Sciatica Nerve) হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘল স্নায়ু। এই স্নায়ুডাল কঁকালৰ তলফালৰ ৰাজহাড় (lumbar spine)ৰ পৰা আৰম্ভ কৰি নিতম্ব, নিতম্বৰ চাৰিওফালে আৰু ভৰিৰ তললৈকে যোৱা এক প্ৰধান স্নায়ু পথ। এই স্নায়ুৰ যিকোনো সমস্যাই বা চাপৰ ফলত সায়াটিকা নামৰ এক বেদনাদায়ক অৱস্থা সৃষ্টি কৰিব পাৰে।
- ডাৱৰীয়া বতৰত উৎপত্তি হোৱা বা বৃদ্ধি হোৱা বাত ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধby Naivedyanandan Sponowalবতৰ অনুপাতে কিছু ৰোগ উৎপত্তি হোৱা দেখা যায় । সেইদৰে ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি বা বৃদ্ধি হয় তাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে । নেট্ৰাম সাল্ফ (Natrum Sulph): জেকা বা সেমেকা মাটিত বাস কৰাৰ ফলত বা ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি হয়,তেন্তে এই ঔষধ ব্যৱহাৰ কৰা হয় । এই ঔষধ … Read more
- হোমিওপেথিক চিকিৎসাৰে ঋতুস্ৰাৱ পৰিমাণত অধিক হোৱাৰ পৰা আৰোগ্য হওকby Naivedyanandan Sponowalকিছু মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ স্বাভাৱিক পৰিমাণতকৈ অধিক হয় । বহুতে হয়তো ইয়াক সাধাৰণ ঘটনা বুলি আওকাণ কৰে । আচলতে ই এক ৰোগ । এনে লক্ষণ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী । কাৰণ ই আন কোনো জটিল ৰোগৰ পূৰ্বাভাসও হ’ব পাৰে । হোমিওপেথিকত ঋতুস্ৰাৱ পৰিমাণত বেছি হোৱাৰ অতি ফলপ্ৰসূ চিকিৎসা আছে । কিন্তু হোমিওপেথিকৰ বিষয়ে সঠিক জ্ঞান নথকাৰ বাবে হয়তো … Read more
- কেটেৰেক্ট বা চকুত ছানি পৰা ৰোগ: ইয়াৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসাby Naivedyanandan Sponowalচকুৰ ৰোগ সমূহৰ ভিতৰত কেটেৰেক্ট এবিধ সঘনাই দেখিবলৈ পোৱা ৰোগ । কেটেৰেক্ট চকুৰ এনে এক অৱস্থা যি অৱস্থাত চকুৰ মণি আৰু লেঞ্চত পানী জন্মে আৰু ক্ৰমান্বয়ে বগা হৈ আহে । পানী বৰফ হৈ যিদৰে অস্বচ্ছ হৈ পৰে ই ঠিক তেনে এক ধৰণৰ অৱস্থা। চকুৰ মণি যিমানেই বগা হৈ আহে সিমানেই চকুৰ দৃষ্টি শক্তি কম হৈ আহে । কেটেৰেক্ট দুই প্ৰকাৰৰ … Read more