This page contains posts with affiliate links. For more details, please see our Affiliate Disclosure.
Amazonত কিনিবৰ বাবে ক্লিক কৰক
- বেলাড’নাৰ প্ৰধান লক্ষণ সমূহ আৰু বিভিন্ন ৰোগত ইয়াৰ ব্যৱহাৰby mothertincture.comহোমিওপেথিক চিকিৎসাত সততে ব্যৱহাৰ হোৱা এবিধ ঔষধ হৈছে বেলাড’না ।সকলো ৰোগতে প্ৰকাশ পোৱা ইয়াৰ প্ৰধান লক্ষণ সমূহ তলত আলোচনা কৰা হৈছে । ১.হঠাৎ উৎপত্তি হয়, নিয়মিত চলে আৰু হঠাৎ নোহোৱা হয় –যেনে বিষ-যন্ত্ৰণা আদি হঠাৎ তীব্ৰভাবে উপস্থিত হয় আৰু হঠাৎ নিবৃত হয় । চৰ্দি লাগিলে হঠাৎ অতি তীব্ৰ ৰূপ ধাৰণ কৰে আৰু হঠাৎ চৰ্দি নোহোৱা হৈ যায় ।বেলাড’নাৰ ৰোগ সমূহে … Read more
- এক’নাইট নেপেলাচ(Aconitum Napellus):সাধাৰণ লক্ষণ আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰby mothertincture.comএক’নাইট নেপেলাচৰ সাধাৰণ লক্ষণ জ্বৰ আৰু প্ৰদাহত এক’নাইট সাধাৰণ পানীলগাত এক’নাইট শুকান ক্ৰুপ কাহত এক’নাইটৰ ব্যৱহাৰ হঠাৎ ভয় খোৱাৰ ফলত সৃষ্টি হোৱা উদ্বেগৰ চিকিৎসাত হঠাৎ সৃষ্টি হোৱা উচ্চ ৰক্তচাপ আৰু বুকুৰ ধপধপনি মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ চিকিৎসাত এক’নাইট নতুন বাত বিষৰ চিকিৎসাত এক’নাইট হঠাৎ পেট খামুচি ধৰা,বমিৰ চিকিৎসাত এক’নাইট হঠাতে হোৱা কাণৰ বিষৰ চিকিৎসাত এক’নাইট মূত্ৰনলীৰ সমস্যাৰ চিকিৎসাত এক’নাইট এক’নাইট … Read more
- সময় অনুপাতে ৰোগ বৃদ্ধি : হোমিও চিকিৎসাby mothertincture.comসময়ৰ সৈতে ৰোগৰ লক্ষণ হোমিওপেথিক পদ্ধতিত লক্ষণ সমষ্টিৰ যথেষ্ট গুৰুত্ব আছে । সঠিক লক্ষণত সঠিক ঔষধ ব্যৱহাৰ কৰিবলৈ সঠিক লক্ষণ ধৰা পেলোৱাটো অতি দৰকাৰী । দেখা যায় কিছু ৰোগ সদায় প্ৰায় একে সময়ত উৎপত্তি হয় বা বৃদ্ধি হয় । তেনে লক্ষণবোৰ লক্ষ কৰিব লগীয়া । এইদৰে সময়ৰ সৈতে হ্ৰাস বৃদ্ধি হোৱা ৰোগৰ লক্ষণবোৰ ভালদৰে নিৰিক্ষণ কৰি সঠিক সময় ধৰা পেলাই … Read more
- লিউকোৰিয়াৰ হোমিওপেথিক প্ৰতিকাৰ: মহিলাৰ স্বাস্থ্যৰ বাবে প্ৰাকৃতিক সকাহby mothertincture.comThere may be affiliate links on this post. For more details, please visit our Affiliate Disclosure. প্ৰদৰ( Leucorrhea) ৰোগ কি ? বিভিন্ন কাৰণত জৰায়ুৰ শ্লেষ্মাৱৰণৰ (Mucous Membrane)ৰ ৰোগ হৈ জৰায়ুৰ পৰা গাখীৰৰ দৰে বগা , হালধীয়া, তেজ আৰু বগা বীৰ্য্য মিহলি,ঘোলা পানীৰ দৰে বা পানীৰ দৰে বিভিন্ন বৰণৰ স্ৰাৱ নিৰ্গত হ’লে তাক প্ৰদৰ (Leucorrhea) ৰোগ বোলা হয় । … Read more
- চকুৰ সংবেদনশীলতা,মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ হোমিওপেথিক চিকিৎসাby mothertincture.comThis post contains affiliate links. For more details, please visit our Affiliate Disclosure. বতাহত চকু মেলিবলৈ অসুবিধা, চকুৰ ভিতৰত বিষ, মূৰ ঘূৰোৱা, অনবৰতে মূৰৰ বিষ অনুভৱ কৰেনে কি ? এই লক্ষণ সমূহ হতাশাজনক হ’ব পাৰে বিশেষকৈ যদি ই আপোনাৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে । এই অস্বস্তিসমূহ দূৰ কৰিবলৈ হোমিওপেথিত লক্ষণসমূহৰ মূল কাৰণ নিৰ্মূল কৰাকে ধৰি প্ৰাকৃতিক ফলপ্ৰসূ … Read more
- ডায়েবেটিছ কিয় হয় ? ইয়াৰ কাৰণ, লক্ষণ, আৰু ইয়াৰ হোমিওপেথিক চিকিৎসাby mothertincture.comThis post contains affiliate links, which means I may earn a commission if you click through and make a purchase at no extra cost to you.For more details, please see our Affiliate Disclosure. ডায়েবেটিছ কি? ডায়েবেটিছ হৈছে শৰীৰৰ এনে এক দীৰ্ঘদিনীয়া অৱস্থা যি অৱস্থাত এজন লোকৰ শৰীৰে খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰা যি প্ৰক্ৰিয়া তাৰ ওপৰত প্ৰভাৱ পেলায়। আমি … Read more